< ১ কৰিন্থীয়া 13 >
1 ১ যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
ଞେନ୍ ମନ୍ରାଞ୍ଜି ଡ ପାଙ୍ଲଙ୍ବର୍ମରଞ୍ଜି ଆ ଲଙ୍ଲଙ୍ ବାତ୍ତେ ବର୍ରନାୟ୍ ଜନଙ୍ଡେନ୍, ଅମଙ୍ଞେନ୍ ଡନୁଙ୍ୟମନ୍ ଅବୟ୍ ତଡ୍ ଡେନ୍, ଏତ୍ତେଲ୍ଡେନ୍ ଞେନ୍ ଡଂ, ଡଂ ଆସ୍ରଡ୍ଡାତେନ୍ ଅବୟ୍ ପିତ୍ତଡ଼ ଗଣ୍ଟନ୍ ଅନ୍ତମ୍, ଇଜ୍ଜାନ୍ ଜିଂ, ଜିଂ ଆସ୍ରଡ୍ଡାତେନ୍ ଆ ତାଡ଼ ଅନ୍ତମ୍ ଡେଲିଁୟ୍ ।
2 ২ মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
ଆରି ଞେନ୍ ପୁର୍ବାଃତେବରନ୍ ବର୍ନେନ୍ ଆସନ୍ ଅମଙ୍ଞେନ୍ ବୋର୍ସାନ୍ ଡକୋତେ ଆରି ଅଡ଼୍କୋ ଜରୁବରଞ୍ଜି ଡ ଡରମ୍ମବରନ୍ ଅନପ୍ପୁଙନ୍ ଆସନ୍ ବୁଡ୍ଡିନ୍ ଞାଙ୍ଲାୟ୍, ଆରି ବରୁନ୍ ଅନବ୍ଡେନ୍ନେନ୍ ଆସନ୍ ଡର୍ନେଞେନ୍ ଡକୋଏନ୍ ଜନଙ୍ଡେନ୍, ବନ୍ଡ ଅମଙ୍ଞେନ୍ ଡନୁଙ୍ୟମନ୍ ଅବୟ୍ ତଡ୍ ଡେନ୍, ଏତ୍ତେଲ୍ଡେନ୍ ଞେନ୍ ଇନ୍ନିଙ୍ ତଡ୍ ।
3 ৩ আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
ଆରି, ଡୋଲେୟ୍ମରଞ୍ଜି ଜନୋମନ୍ ଆସନ୍ ଞେନ୍ ଅଡ଼୍କୋନ୍ ବାନ୍ତେତାୟ୍, ଆରି ତଗୋଲୋଙନ୍ ଜନୋମ୍ତୋଡନ୍ ଆସନ୍ ଡଅଙ୍ଞେନ୍ ସୋରୋପ୍ପାୟ୍ଡମ୍ଲନାୟ୍ ଜନଙ୍ଡେନ୍, ବନ୍ଡ ଅମଙ୍ଞେନ୍ ଡନୁଙ୍ୟମନ୍ ଅବୟ୍ ତଡ୍ ଡେନ୍, ଏତ୍ତେଲ୍ଡେନ୍ ଞେନ୍ ଆସନ୍ ଇନ୍ନିଙ୍ ବରାଁୟ୍ବାଁୟ୍ ତଡ୍ ।
4 ৪ প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,
ଡନୁଙ୍ୟମନ୍ ଗୋଗୋୟ୍ ସଏତେ, ଡନୁଙ୍ୟମ୍ଲୋଙନ୍ ସନାୟୁମନ୍ ଡକୋ, ଅଃନ୍ନିସ୍କତ୍ତାନେ, ଅଃନ୍ନବ୍ସୋଡ଼ାଡମ୍ନେ, ଅଃକ୍କଙ୍କ୍ରିନେ,
5 ৫ ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷
ଡନୁଙ୍ୟମନ୍ ଅଃସାଞେଙ୍ନେ, ଆତିନ୍ସଜନ୍ ଆ ସୁକ୍କ ତୁମ୍ ଅଃଗିଜେ, କାଜ୍ଜାନ୍ ଅଃବ୍ବରାବ୍ନେ, ଆନ୍ନିଙ୍ ଆନିନ୍ଆଡଙ୍ ସଙ୍ଗତ୍ତାଏଞ୍ଜି ଡେନ୍ ତିଆତେ ମନ୍ନଲୋଙନ୍ ଅଃଡ୍ଡକ୍କୋଏ,
6 ৬ ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,
ମନଙ୍ତଡନ୍ ଆ କାବ୍ବାଡ଼ାଲୋଙ୍ ଅଃସର୍ଡାନେ, ବନ୍ଡ ଆଜାଡ଼ିଲୋଙନ୍ ସର୍ଡାତନେ,
7 ৭ প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
ଡନୁଙ୍ୟମନ୍ ଅଡ଼୍କୋନ୍ ସଏତେ, ଅଡ଼୍କୋନ୍ ଡର୍ତନେ, ଅଡ଼୍କୋନ୍ ଆସାତନ୍, ଆରି ଅଡ଼୍କୋନ୍ ନିୟ୍ ସେଏଲେ ଡକ୍କୋତେ ।
8 ৮ প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।
ଡନୁଙ୍ୟମନ୍ ଆଙ୍ଗିୟ୍ ଅଃନ୍ନଞିଡେ, ବନ୍ଡ ପୁର୍ବାଃତେବରନ୍ ଡକୋଏନ୍ ଡେନ୍, ତିଆତେ ସତନେ, ଆନ୍ନା ଲଙ୍ଲଙନ୍ ଡକୋଏନ୍ ଡେନ୍, ତିଆତେ ଅଞିଡ୍ତେ, ବୁଡ୍ଡିନ୍ ଡକୋଏନ୍ ଡେନ୍, ତିଆତେ ସତନେ ।
9 ৯ কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ;
ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ଇନ୍ଲେନ୍ ଅସୋୟ୍ ଜନାଲଙ୍ତନ୍, ଆରି ପୁର୍ବାଃତେବରନ୍ ଅସୋୟ୍ ବର୍ତନ୍ବୋ;
10 ১০ কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব।
ବନ୍ଡ କେନ୍ ଅଡ଼୍କୋନ୍ ଆ ବର୍ନେଜି ବନରିଜନ୍ ଆସନ୍ ଡିନ୍ନାନ୍ ଅଡ଼ୋଲାୟ୍ ଡେନ୍, କେନ୍ ଅସୋୟ୍ ବର୍ନେଞ୍ଜି ସତନେ ।
11 ১১ যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।
ପସିଜିଙନ୍, ଞେନ୍ ପସିୟ୍ଗୋ ମା କଡାଡ଼ିଲନାୟ୍, ପସିୟ୍ଗୋ ମା ଇୟମ୍ଲାୟ୍, ପସିୟ୍ଗୋ ମା ମନ୍ନେଲାୟ୍; ଞେନ୍ ମୟଙ୍ମର୍ ଆଡ୍ରେଲିଞନ୍ ସିଲଡ୍ ନମି ଆରି ସନ୍ନାସିଜଞ୍ଜି ଅନ୍ତମ୍ ଅଃନ୍ନେମ୍ମେନାୟ୍ ।
12 ১২ কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।
ନମି ଇନ୍ଲେନ୍ ଇନିଜି ଗିୟ୍ତବୋ, ତିଆତେ ଡନପଡ଼ାଲୋଙନ୍ କାରୁଆ ଆଗ୍ରିୟ୍ତାତେନ୍ ଅନ୍ତମ୍ ଗିୟ୍ତବୋ; ବନ୍ଡ ଡିନ୍ନାନ୍ ଅଡ଼ୋତାୟ୍, ତିଆଡିଡ୍ ଇନ୍ଲେନ୍ ଆ ମୁକ୍କାନ୍ ଡ ମୁକ୍କାଲେନ୍ ଅଲ୍ଗିୟ୍ତବୋ । ଞେନ୍ ନମି ଅସୋୟ୍ ଜନାତାୟ୍, ବନ୍ଡ ତିଆଡିଡ୍ ଞେନ୍ ଇସ୍ୱରନ୍ଆଡଙ୍ ଜନନାନ୍ ଆସନ୍ ବୁଡ୍ଡିଞେନ୍ ବରିୟ୍ତେ ।
13 ১৩ কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
ତିଆସନ୍, ଡର୍ନେନ୍, ଆସାନେନ୍ ଡ ଡନୁଙ୍ୟମନ୍, କେନ୍ ୟାଗିନ୍ ଆଏଡ଼ର୍ ଡକୋତନ୍, କେନ୍ ୟାଗିଲୋଙନ୍ ସିଲଡ୍ ଡନୁଙ୍ୟମନ୍ ଅଡ଼୍କୋନ୍ ସିଲଡ୍ ସୋଡ଼ା ।