< 詩篇 134 >

1 京まうでの歌 夜間ヱホバの家にたちヱホバに事ふるもろもろの僕よ ヱホバをほめまつれ
হে যিহোৱাৰ দাসবোৰ, তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
2 なんぢら聖所にむかひ手をあげてヱホバをほめまつれ
তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।
3 ねがはくはヱホバ天地をつくりたまへるもの シオンより汝をめぐみたまはんことを
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।

< 詩篇 134 >