< エズラ記 2 >

1 往昔バビロンの王ネブカデネザルに擄へられバビロンに遷されたる者のうち俘囚をゆるされてヱルサレムおよびユダに上りおのおの己の邑に歸りし此州の者は左の如し
যি লোক সকলক ৰজা নবূখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল।
2 是皆ゼルバベル、ヱシユア、ネヘミヤ、セラヤ、レエラヤ、モルデカイ、ビルシヤン、ミスパル、ビグワイ、レホム、バアナ等に隨ひ來れり 其イスラエルの民の人數は是のごとし
তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দখয়, বিলচন, মিস্পৰ, বিগবয়, ৰহূম, আৰু বানা, এওঁলোকৰ লগত আহিল।
3 パロシの子孫二千百七十二人
পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন।
4 シパテヤの子孫三百七十二人
চফটিয়াৰ বংশধৰসকলৰ সংখ্যা: তিনিশ বাসত্তৰ জন।
5 アラの子孫七百七十五人
আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন,
6 ヱシユアとヨアブの族たるパハテモアブの子孫二千八百十二人
যেচুৱা আৰু যোৱাবৰ দ্বাৰাই পহৎ-মোৱাবৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ আঠ শ বাৰজন।
7 エラムの子孫千二百五十四人
এলমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
8 ザツトの子孫九百四十五人
জত্তুৰ বংশধৰসকলৰ সংখ্যা: নশ পঞ্চল্লিশ জন।
9 ザツカイの子孫七百六十人
জক্কয়ৰ বংশধৰসকলৰ সংখ্যা: সাত শ ষাঠি জন।
10 バニの子孫六百四十二人
১০বাণীৰ বংশধৰসকলৰ সংখ্যা ছশ বিয়াল্লিশ জন।
11 ベバイの子孫六百二十三人
১১বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন।
12 アズガデの子孫千二百二十二人
১২অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন।
13 アドニカムの子孫六百六十六人
১৩অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন।
14 ビグワイの子孫二千五十六人
১৪বিগবয়ৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ ছাপন্ন জন।
15 アデンの子孫四百五十四人
১৫আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন।
16 ヒゼキヤの家のアテルの子孫九十八人
১৬হিষ্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা: আঠানব্বৈ জন।
17 ベザイの子孫三百二十三人
১৭বেচয়ৰ বংশধৰসকলৰ সংখ্যা: তিনিশ তেইশ জন।
18 ヨラの子孫百十二人
১৮যোৰাৰ বংশধৰসকলৰ সংখ্যা: এশ বাৰ জন।
19 ハシユムの子孫二百二十三人
১৯হাচুমৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
20 ギバルの子孫九十五人
২০গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।
21 ベテレヘムの子孫百二十三人
২১বৈৎলেহেমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।
22 ネトパの人五十六人
২২নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।
23 アナトテの人百二十八人
২৩অনাথোতৰ লোকসকলৰ সংখ্যা: এশ আঠাইশ জন।
24 アズマウテの民四十二人
২৪অজমাবতৰ লোকসকলৰ সংখ্যা: বিয়াল্লিশ জন।
25 キリアテヤリム、ケピラおよびベエロテの民七百四十三人
২৫কিৰিয়ৎ-আৰীম, কফীৰা, আৰু বেৰোতৰ লোকসকলৰ সংখ্যা: সাতশ তিয়ল্লিশ জন।
26 ラマおよびゲバの民六百二十一人
২৬ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন।
27 ミクマシの人百二十二人
২৭মিকমচৰ লোকসকলৰ সংখ্যা: এশ বাইশ জন।
28 ベテルおよびアイの人二百二十三人
২৮বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
29 ネボの民五十二人
২৯নবোৰ লোকসকলৰ সংখ্যা: বাৱন্ন জন।
30 マグビシの民百五十六人
৩০মগবীচৰ লোকসকলৰ সংখ্যা: এশ ছাপন্ন জন।
31 他のエラムの民千二百五十四人
৩১অন্য এজন এলমৰ লোকসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
32 ハリムの民三百二十人
৩২হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন।
33 ロド、ハデデおよびオノの民七百二十五人
৩৩লোদ, হাদীদ, আৰু ওনোৰ লোকসকলৰ সংখ্যা: সাতশ পঁচিশ জন।
34 ヱリコの民三百四十五人
৩৪যিৰীহোৰ লোকসকলৰ সংখ্যা: তিনিশ পঞ্চল্লিশ জন।
35 セナアの民三千六百三十人
৩৫চনাৱাৰ লোকসকলৰ সংখ্যা: তিনি হাজাৰ ছশ ত্ৰিশ জন।
36 祭司はヱシユアの家のヱダヤの子孫九百七十三人
৩৬পুৰোহিতসকল; যেচুৱাৰ ঘৰৰ পৰা অহা যিদয়াৰ বংশধৰসকলৰ সংখ্যা: নশ ত্ৰেসত্তৰ জন।
37 インメルの子孫千五十二人
৩৭ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ বাৱন্ন জন।
38 パシュルの子孫千二百四十七人
৩৮পচহুৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ সাতচল্লিশ জন।
39 ハリムの子孫千十七人
৩৯হাৰীমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ সোঁতৰ জন।
40 レビ人はホダヤの子等ヱシユアとカデミエルの子孫七十四人
৪০লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মীয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।
41 謳歌者はアサフの子孫百二十八人
৪১মন্দিৰৰ গায়কসকল: আচফৰ বংশধৰসকলৰ সংখ্যা: এশ আঠাইশ জন।
42 門を守る者の子孫はシヤルムの子孫アテルの子孫タルモンの子孫アツクブの子孫ハテタの子孫シヨバイの子孫合せて百三十九人
৪২দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন।
43 ネテニ人はヂハの子孫ハスパの子孫タバオテの子孫
৪৩যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,
44 ケロスの子孫シアハの子孫パドンの子孫
৪৪কেৰোচ, চীয়হা, পাদোন,
45 レバナの子孫ハガバの子孫アツクブの子孫
৪৫লবানা, হগাবা, অক্কুব,
46 ハガブの子孫シヤルマイの子孫ハナンの子孫
৪৬হাগব, চলম্য়, আৰু হাননৰ, বংশধৰসকল।
47 ギデルの子孫ガハルの子孫レアヤの子孫
৪৭গিদ্দেল, গহৰ, ৰায়া,
48 レヂンの子孫ネコダの子孫ガザムの子孫
৪৮ৰচীন, নকোদা, গজ্জম,
49 ウザの子孫パセアの子孫ベサイの子孫
৪৯উজ্জা, পাচেহ, বেচয়,
50 アスナの子孫メウニムの子孫ネフシムの子孫
৫০অস্না, মিয়ূনীম, আৰু নফূচীমৰ, বংশধৰসকল।
51 バクブクの子孫ハクパの子孫ハルホルの子孫
৫১বকবুক, হকুফা, হৰ্হূৰ,
52 バヅリテの子孫メヒダの子孫ハルシヤの子孫
৫২বস্লোত, মহীদা, হৰ্চা,
53 バルコスの子孫シセラの子孫テマの子孫
৫৩বৰ্কোচ, চীচৰা, তেমহ,
54 ネヂアの子孫ハテパの子孫等なり
৫৪নচীহ, আৰু হটীফাৰ বংশধৰসকল।
55 ソロモンの僕たりし者等の子孫すなはちソタイの子孫ハッソペレテの子孫ペリダの子孫
৫৫চলোমনৰ দাসবোৰৰ বংশধৰসকল: চোটয়, হচ্ছোপেৰৎ, পৰূদা,
56 ヤアラの子孫ダルコンの子孫ギデルの子孫
৫৬যালা, দৰ্কোণ, গিদ্দেল,
57 シパテヤの子孫ハッテルの子孫ポケレテハツゼバイムの子孫アミの子孫
৫৭চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আৰু আমী। এওঁলোকৰ বংশধৰ।
58 ネテニ人とソロモンの僕たりし者等の子孫とは合せて三百九十二人
৫৮চলোমনৰ দাসবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক সৰ্ব্বমুঠ তিনিশ বিৰানব্বৈ জন আছিল।
59 またテルメラ、テルハレサ、ケルブ、アダンおよびインメルより上り來れる者ありしがその宗家の長とその血統とを示してイスラエルの者なるを明かにすることを得ざりき
৫৯যিসকল তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দন, আৰু ইম্মেৰ এৰি আহিছিল, কিন্তু তেওঁলোক যিৰূচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ’ল:
60 是すなはちデラヤの子孫トビヤの子孫ネコダの子孫にして合せて六百五十二人
৬০দলায়াৰ টোবিয়াৰ আৰু নকোদাৰ বংশধৰসকলৰ সংখ্যা: ছশ বাৱন্ন জন।
61 祭司の子孫たる者の中にハバヤの子孫ハッコヅの子孫バルジライの子孫あり バルジライはギレアデ人バルジライの女を妻に娶りてその名を名りしなり
৬১পুৰোহিতসকলৰ বংশধৰসকল: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয় (যিজনে গিলিয়দৰ বৰ্জ্জিল্লয়ৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে, আৰু তেওঁলোকৰ নামেৰে তেওঁৰ নামাকৰণ হ’ল)
62 是等の者譜系に載たる者等の中におのが名を尋ねたれども在ざりき 是の故に汚れたる者として祭司の中より除かれたり
৬২তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
63 テルシヤタは之に告てウリムとトンミムを帶る祭司の興るまでは至聖物を食ふべからずと言り
৬৩তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে ঊৰীম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত পবিত্র বস্তু নাখাবা।
64 會衆あはせて四萬二千三百六十人
৬৪সৰ্ব্বমুঠ গোটেই দলটোৰ সংখ্যা: বিয়াল্লিশ হাজাৰ তিনিশ ষাঠীজন আছিল;
65 この外にその僕婢七千三百三十七人 謳歌男女二百人あり
৬৫তেওঁলোকৰ দাস-দাসী সকলক (তেওঁলোক সাত হাজাৰ তিনিশ সাতত্ৰিশ জন) আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক-গায়িকা সকলক (দুশ জন) অন্তৰ্ভুক্ত কৰা হোবা নাছিল।
66 その馬七百三十六匹 その騾二百四十五匹
৬৬তেওঁলোকৰ সাতশ চয়ত্ৰিশ টা ঘোঁৰা, দুশ পঞ্চল্লিশটা খছৰ,
67 その駱駝四百三十五匹 驢馬六千七百二十匹
৬৭চাৰিশ পঁয়ত্ৰিশ টা উট, আৰু ছয় হাজাৰ সাতশ বিশ টা গাধ আছিল।
68 宗家の長數人ヱルサレムなるヱホバの室にいたるにおよびてヱホバの室をその本の處に建んとて物を誠意より獻げたり
৬৮যেতিয়া তেওঁলোকে যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ গৈছিল, তেতিয়া যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল।
69 即ちその力にしたがひて工事のために庫を納めし者は金六萬一千ダリク銀五千斤祭司の衣服百襲なりき
৬৯তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত এষষ্ঠি হাজাৰ সোণৰ মূদ্রা পাঁচ হাজাৰ ৰূপৰ মিনা আৰু পুৰোহিতে পিন্ধা এশখন বস্ত্ৰ দিলে।
70 祭司レビ人民等謳歌者門を守る者およびネテニ人等その邑々に住み一切のイスラエル人その邑々に住り
৭০পুৰোহিতসকল, লেবীয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল, আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইস্ৰায়েলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল।

< エズラ記 2 >