< 歴代誌Ⅰ 8 >

1 ベニヤミンの生る者は長子はベラ その次はアシベル その三はアハラ
বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,
2 その四はアハ その五はラパ
নোহা, আৰু ৰাফা।
3 ベラの子等はアダル、ゲラ、アビウデ
বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,
4 アビシユア、ナアマン、アホア
অবীচূৱা, নামন, অহোহ,
5 ゲラ、シフパム、ヒラム
গেৰা, চফুফন, আৰু হূৰম।
6 エホデの子等は左のごとし是等はゲバの民の宗家の長なり是はマナハテに移されたり
এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:
7 すなはちナアマンおよびアヒヤとともにゲラこれを移せるなりエホデの子等はすなはちウザとアヒウデ是なり
নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
8 シヤハライムはその妻ホシムとバアラを去し後モアブの國においてまた子等を擧けたり
চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।
9 彼がその妻ホデシによりて擧けたる子等はヨバブ、ヂビア、メシヤ、マルカム
তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।
10 ヱウツ、シヤキヤおよびミルマ是その子等にして宗家の長なり
১০যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।
11 彼またホシムによりてアビトブとエルパアルを擧けたり
১১ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
12 エルパアルの子等はエベル、ミシヤムおよびシヤメル彼はオノとロドとその郷里を建たる者なり
১২ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,
13 またベリア、シマあり是等はアヤロンの民の宗家の長たる者にしてガテの民を逐はらへり
১৩তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
14 またアヒオ、シヤシヤク、エレモテ
১৪এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,
15 ゼバデヤ、アラデ、アデル
১৫জবদিয়া অৰদ, এদৰ,
16 ミカエル、イシパ、ヨハ是等はベリアの子等なり
১৬মীখায়েল, যিস্পা, আৰু যোহা,
17 ゼバデヤ、メシユラム、ヘゼキ、ヘベル
১৭এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,
18 イシメライ、ヱズリア、ヨバブ是等はエルパアルの子等なり
১৮
19 ヤキン、ジクリ、ザベデ
১৯এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।
20 エリエナイ、チルタイ、エリエル
২০
21 アダヤ、ベラヤ、シムラテ是等はシマの子等なり
২১
22 イシパン、へベル、エリエル
২২এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,
23 アブドン、ジクリ、ハナン
২৩
24 ハナニヤ、エラム、アントテヤ
২৪
25 イペデヤ、ペヌエル是等はシヤシヤタの子等なり
২৫
26 シヤムセライ、シハリア、アタリヤ
২৬এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
27 ヤレシヤ、エリヤ、ジクリ是等はヱロハムの子等なり
২৭
28 是等は歴代の宗家の長にして首たるものなり是らはエルサレムに住たり
২৮এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
29 ギベオンの祖はギベオンに住りその妻の名はマアカといふ
২৯গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।
30 その長子はアブドン、次はツル、キシ、バアル、ナダブ
৩০তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,
31 ゲドル、アヒオ、ザケル
৩১গদোৰ, অহিয়ো, আৰু জেখৰ।
32 ミクロテはシメアを生り是等も又その兄弟等とともにヱルサレムに住てこれに對ひ居り
৩২আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।
33 ネル、キシを生み キシ、サウルを生みサウルはヨナタン、マルキシユア、アビナダプ、エシバアルを生り
৩৩নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
34 ヨナタンの子はメリバアル、メリバアル、ミカを生り
৩৪যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
35 ミカの子等はピトン、メレク、ダレア、アハズ
৩৫মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
36 アハズはヱホアダを生み ヱホアダはアレメテ、アズマウテおよびジムリを生み ジムリはモザを生み
৩৬আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।
37 モザはビネアを生り その子はラパ その子はニレアサ その子はアゼル
৩৭মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
38 アゼルには六人の子あり其名は左のごとしアズリカム、ボケル、イシマエル、シヤリヤ、オバデヤ、ハナン是みなアゼルの子なり
৩৮আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।
39 その兄弟エセクの子等の長子はウラムその次はヱウンその三はエリペレテ
৩৯আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।
40 ウラムの子等は大勇士にして善く弓を射る者なりき彼は孫子多くして百五十人もありき是みなベニヤミンの子孫なり
৪০উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।

< 歴代誌Ⅰ 8 >