< 历代志上 1 >

1 亚当生塞特;塞特生以挪士;
আদম, চেথ, ইনোচ,
2 以挪士生该南;该南生玛勒列;玛勒列生雅列;
কৈনন, মহললেল, যেৰদ,
3 雅列生以诺;以诺生玛土撒拉;玛土撒拉生拉麦;
হনোক, মথুচেলহ, লেমক,
4 拉麦生挪亚;挪亚生闪、含、雅弗。
নোহ, চেম, হাম, আৰু যেফৎ।
5 雅弗的儿子是歌篾、玛各、玛代、雅完、土巴、米设、提拉。
যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক, আৰু তীৰচ।
6 歌篾的儿子是亚实基拿、低法、陀迦玛。
গোমৰ পুত্ৰ অস্কিনজ, দীফত, আৰু তোগৰ্মা।
7 雅完的儿子是以利沙、他施、基提、多单。
যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম।
8 含的儿子是古实、麦西、弗、迦南。
হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান।
9 古实的儿子是西巴、哈腓拉、撒弗他、拉玛、撒弗提迦。拉玛的儿子是示巴、底但。
কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান।
10 古实生宁录;他为世上英雄之首。
১০কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।
11 麦西生路低人、亚拿米人、利哈比人、拿弗土希人、
১১লুদীয়া, অনামীয়া, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া,
12 帕斯鲁细人、迦斯路希人、迦斐托人;从迦斐托出来的有非利士人。
১২পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা পলেষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।
13 迦南生长子西顿,又生赫
১৩কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ;
14 和耶布斯人、亚摩利人、革迦撒人、
১৪তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া,
15 希未人、亚基人、西尼人、
১৫হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
16 亚瓦底人、洗玛利人,并哈马人。
১৬অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।
17 闪的儿子是以拦、亚述、亚法 撒、路德、亚兰、乌斯、户勒、基帖、米设。
১৭চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক।
18 亚法撒生沙拉;沙拉生希伯。
১৮অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এবৰ।
19 希伯生了两个儿子:一个名叫法勒,因为那时人就分地居住;法勒的兄弟名叫约坍。
১৯এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ, কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল।
20 约坍生亚摩答、沙列、哈萨玛非、耶拉、
২০অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
21 哈多兰、乌萨、德拉、
২১হদোৰাম, উজল, দিক্লা,
22 以巴录、亚比玛利、示巴、
২২এবল, অবীমায়েল, চিবা,
23 阿斐、哈腓拉、约巴。这都是约坍的儿子。
২৩ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল।
24 闪生亚法撒;亚法撒生沙拉;
২৪চেম, অৰ্ফকচদ, চেলহ,
25 沙拉生希伯;希伯生法勒;法勒生拉吴;
২৫এবৰ, পেলগ, ৰিয়ু
26 拉吴生西鹿;西鹿生拿鹤;拿鹤生他拉;
২৬চৰূগ, নাহোৰ, তেৰহ,
27 他拉生亚伯兰,亚伯兰就是亚伯拉罕。
২৭অব্ৰাম, এই জনেই অব্ৰাহাম আছিল।
28 亚伯拉罕的儿子是以撒、以实玛利。
২৮ইচহাক আৰু ইশ্মায়েল অব্ৰাহামৰ পুত্র আছিল।
29 以实玛利的儿子记在下面:以实玛利的长子是尼拜约,其次是基达、押德别、米比衫、
২৯তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম,
30 米施玛、度玛、玛撒、哈达、提玛、
৩০মিস্মা, দুমা, মচ্ছা, হদদ, তেমা,
31 伊突、拿非施、基底玛。这都是以实玛利的儿子。
৩১যটূৰ, নাফীচ, কেদ্মা; এই সকল ইশ্মায়েলৰ সন্তান।
32 亚伯拉罕的妾基土拉所生的儿子,就是心兰、约珊、米但、米甸、伊施巴、书亚。约珊的儿子是示巴、底但。
৩২অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান।
33 米甸的儿子是以法、以弗、哈诺、亚比大、以勒大。这都是基土拉的子孙。
৩৩মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ।
34 亚伯拉罕生以撒;以撒的儿子是以扫和以色列。
৩৪অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল।
35 以扫的儿子是以利法、流珥、耶乌施、雅兰、可拉。
৩৫ইলীফজ, ৰূৱেল, যিয়ুচ, যালম, আৰু কোৰহ এচৌৰ সন্তান আছিল।
36 以利法的儿子是提幔、阿抹、洗玻、迦坦、基纳斯、亭纳、亚玛力。
৩৬তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল।
37 流珥的儿子是拿哈、谢拉、沙玛、米撒。
৩৭ৰূৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা।
38 西珥的儿子是罗坍、朔巴、祭便、亚拿、底顺、以察、底珊。
৩৮চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন।
39 罗坍的儿子是何利、荷幔;罗坍的妹子是亭纳。
৩৯লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না।
40 朔巴的儿子是亚勒文、玛拿辖、以巴录、示非、阿南。祭便的儿子是亚雅、亚拿。
৪০চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়োনৰ সন্তান অয়া আৰু অনা।
41 亚拿的儿子是底顺。底顺的儿子是哈默兰、伊是班、益兰、基兰。
৪১অনাৰ পুত্ৰ দীচন। দীচনৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰন, আৰু কৰান।
42 以察的儿子是辟罕、撒番、亚干。底珊的儿子是乌斯、亚兰。
৪২এচৰৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ উচ, আৰু অৰান।
43 以色列人未有君王治理之先,在以东地作王的记在下面:有比珥的儿子比拉,他的京城名叫亭哈巴。
৪৩ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল।
44 比拉死了,波斯拉人谢拉的儿子约巴接续他作王。
৪৪বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল।
45 约巴死了,提幔地的人户珊接续他作王。
৪৫যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হূচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল।
46 户珊死了,比达的儿子哈达接续他作王。这哈达就是在摩押地杀败米甸人的,他的京城名叫亚未得。
৪৬আৰু হূচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
47 哈达死了,玛士利加人桑拉接续他作王。
৪৭আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
48 桑拉死了,大河边的利河伯人扫罗接续他作王。
৪৮চম্নাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
49 扫罗死了,亚革波的儿子巴勒·哈南接续他作王。
৪৯চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
50 巴勒·哈南死了,哈达接续他作王。他的京城名叫巴伊,他的妻子名叫米希她别,是米·萨合的孙女,玛特列的女儿。
৫০যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল।
51 哈达死了,以东人的族长有亭纳族长、亚勒瓦族长、耶帖族长、
৫১হদদ মৃত্যু হ’ল। ইদোমৰ ফৈদৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ,
52 亚何利巴玛族长、以拉族长、比嫩族长、
৫২অহলীবামা, এলা, পীনোন,
53 基纳斯族长、提幔族长、米比萨族长、
৫৩কনজ, তৈমন, মিবচৰ,
54 玛基叠族长、以兰族长。这都是以东人的族长。
৫৪মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।

< 历代志上 1 >