< প্ৰকাশিত বাক্য 6 >

1 পাছত মই সেই মেৰ-পোৱালি জনে সাতোটা ছাব মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, “আহা”!
ಅನನ್ತರಂ ಮಯಿ ನಿರೀಕ್ಷಮಾಣೇ ಮೇಷಶಾವಕೇನ ತಾಸಾಂ ಸಪ್ತಮುದ್ರಾಣಾಮ್ ಏಕಾ ಮುದ್ರಾ ಮುಕ್ತಾ ತತಸ್ತೇಷಾಂ ಚತುರ್ಣಾಮ್ ಏಕಸ್ಯ ಪ್ರಾಣಿನ ಆಗತ್ಯ ಪಶ್ಯೇತಿವಾಚಕೋ ಮೇಘಗರ್ಜನತುಲ್ಯೋ ರವೋ ಮಯಾ ಶ್ರುತಃ|
2 তেতিয়া মই চাওতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ অশ্ৱাৰোহী জনৰ হাতত এখন ধনু আছিল, আৰু তেওঁক এটা কিৰীটি দিয়া হ’ল; তাতে তেওঁ জয় লাভ কৰোঁতাৰ দৰে জয় কৰিবলৈ ওলাই গ’ল।
ತತಃ ಪರಮ್ ಏಕಃ ಶುಕ್ಲಾಶ್ಚೋ ದೃಷ್ಟಃ, ತದಾರೂಢೋ ಜನೋ ಧನು ರ್ಧಾರಯತಿ ತಸ್ಮೈ ಚ ಕಿರೀಟಮೇಕಮ್ ಅದಾಯಿ ತತಃ ಸ ಪ್ರಭವನ್ ಪ್ರಭವಿಷ್ಯಂಶ್ಚ ನಿರ್ಗತವಾನ್|
3 যেতিয়া সেই মেৰ-পোৱালিয়ে দ্বিতীয় ছাবটো মেলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীটোক কোৱা শুনিলোঁ, “আহা”!
ಅಪರಂ ದ್ವಿತೀಯಮುದ್ರಾಯಾಂ ತೇನ ಮೋಚಿತಾಯಾಂ ದ್ವಿತೀಯಸ್ಯ ಪ್ರಾಣಿನ ಆಗತ್ಯ ಪಶ್ಯೇತಿ ವಾಕ್ ಮಯಾ ಶ್ರುತಾ|
4 তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইৰ দৰে ৰঙা আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব সেই কাৰণে তাত উঠা জনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ’ল; এই অশ্বাৰোহী জনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ’ল।
ತತೋ ಽರುಣವರ್ಣೋ ಽಪರ ಏಕೋ ಽಶ್ವೋ ನಿರ್ಗತವಾನ್ ತದಾರೋಹಿಣಿ ಪೃಥಿವೀತಃ ಶಾನ್ತ್ಯಪಹರಣಸ್ಯ ಲೋಕಾನಾಂ ಮಧ್ಯೇ ಪರಸ್ಪರಂ ಪ್ರತಿಘಾತೋತ್ಪಾದನಸ್ಯ ಚ ಸಾಮರ್ಥ್ಯಂ ಸಮರ್ಪಿತಮ್, ಏಕೋ ಬೃಹತ್ಖಙ್ಗೋ ಽಪಿ ತಸ್ಮಾ ಅದಾಯಿ|
5 যেতিয়া তেওঁ তৃতীয় ছাবটো মেলিলে, তেতিয়া তৃতীয় প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ “আহা”! তেতিয়া মই এটা ক’লা ঘোঁৰা দেখিলোঁ; আৰু তাত উঠা জনৰ হাতত এখন পাল্লা আছিল।
ಅಪರಂ ತೃತೀಯಮುದ್ರಾಯಾಂ ತನ ಮೋಚಿತಾಯಾಂ ತೃತೀಯಸ್ಯ ಪ್ರಾಣಿನ ಆಗತ್ಯ ಪಶ್ಯೇತಿ ವಾಕ್ ಮಯಾ ಶ್ರುತಾ, ತತಃ ಕಾಲವರ್ಣ ಏಕೋ ಽಶ್ವೋ ಮಯಾ ದೃಷ್ಟಃ, ತದಾರೋಹಿಣೋ ಹಸ್ತೇ ತುಲಾ ತಿಷ್ಠತಿ
6 পাছত সেই চাৰি জীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে, এই কথা মই শুনিলো, বোলে, “এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি; কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা”।
ಅನನ್ತರಂ ಪ್ರಾಣಿಚತುಷ್ಟಯಸ್ಯ ಮಧ್ಯಾದ್ ವಾಗಿಯಂ ಶ್ರುತಾ ಗೋಧೂಮಾನಾಮೇಕಃ ಸೇಟಕೋ ಮುದ್ರಾಪಾದೈಕಮೂಲ್ಯಃ, ಯವಾನಾಞ್ಚ ಸೇಟಕತ್ರಯಂ ಮುದ್ರಾಪಾದೈಕಮೂಲ್ಯಂ ತೈಲದ್ರಾಕ್ಷಾರಸಾಶ್ಚ ತ್ವಯಾ ಮಾ ಹಿಂಸಿತವ್ಯಾಃ|
7 যেতিয়া তেওঁ চতুৰ্থ ছাবটো মেলিলে, তেতিয়া চতুৰ্থ প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, “আহা”!
ಅನನ್ತರಂ ಚತುರ್ಥಮುದ್ರಾಯಾಂ ತೇನ ಮೋಚಿತಾಯಾಂ ಚತುರ್ಥಸ್ಯ ಪ್ರಾಣಿನ ಆಗತ್ಯ ಪಶ್ಯೇತಿ ವಾಕ್ ಮಯಾ ಶ್ರುತಾ|
8 তেতিয়া মই এটা অনুজ্জ্ৱল বৰণৰ ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনৰ নাম মৃত্যু; আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ’ল। (Hadēs g86)
ತತಃ ಪಾಣ್ಡುರವರ್ಣ ಏಕೋ ಽಶ್ವೋ ಮಯಾ ದೃಷ್ಟಃ, ತದಾರೋಹಿಣೋ ನಾಮ ಮೃತ್ಯುರಿತಿ ಪರಲೋಕಶ್ಚ ತಮ್ ಅನುಚರತಿ ಖಙ್ಗೇನ ದುರ್ಭಿಕ್ಷೇಣ ಮಹಾಮಾರ್ಯ್ಯಾ ವನ್ಯಪಶುಭಿಶ್ಚ ಲೋಕಾನಾಂ ಬಧಾಯ ಪೃಥಿವ್ಯಾಶ್ಚತುರ್ಥಾಂಶಸ್ಯಾಧಿಪತ್ಯಂ ತಸ್ಮಾ ಅದಾಯಿ| (Hadēs g86)
9 যেতিয়া মেৰ-পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া সেই স্বৰ্গীয় বেদিৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।
ಅನನ್ತರಂ ಪಞ್ಚಮಮುದ್ರಾಯಾಂ ತೇನ ಮೋಚಿತಾಯಾಮ್ ಈಶ್ವರವಾಕ್ಯಹೇತೋಸ್ತತ್ರ ಸಾಕ್ಷ್ಯದಾನಾಚ್ಚ ಛೇದಿತಾನಾಂ ಲೋಕಾನಾಂ ದೇಹಿನೋ ವೇದ್ಯಾ ಅಧೋ ಮಯಾದೃಶ್ಯನ್ತ|
10 ১০ তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
ತ ಉಚ್ಚೈರಿದಂ ಗದನ್ತಿ, ಹೇ ಪವಿತ್ರ ಸತ್ಯಮಯ ಪ್ರಭೋ ಅಸ್ಮಾಕಂ ರಕ್ತಪಾತೇ ಪೃಥಿವೀನಿವಾಸಿಭಿ ರ್ವಿವದಿತುಂ ತಸ್ಯ ಫಲ ದಾತುಞ್ಚ ಕತಿ ಕಾಲಂ ವಿಲಮ್ಬಸೇ?
11 ১১ তেতিয়া তেওঁলোকৰ প্ৰত্যেক জনক বগা বস্ত্ৰ দিয়া হ’ল আৰু তেওঁলোকক এই কথা কোৱা হ’ল যে, যেতিয়ালৈ তেওঁলোকৰ সহদাস, ভাই আৰু ভনী সকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ’ব, আৰু সেই সকলো সংখ্যা পুৰ নোহোৱালৈকে, তেওঁলোকে অলপ কাল ক্ষান্ত হব লাগিব।
ತತಸ್ತೇಷಾಮ್ ಏಕೈಕಸ್ಮೈ ಶುಭ್ರಃ ಪರಿಚ್ಛದೋ ಽದಾಯಿ ವಾಗಿಯಞ್ಚಾಕಥ್ಯತ ಯೂಯಮಲ್ಪಕಾಲಮ್ ಅರ್ಥತೋ ಯುಷ್ಮಾಕಂ ಯೇ ಸಹಾದಾಸಾ ಭ್ರಾತರೋ ಯೂಯಮಿವ ಘಾನಿಷ್ಯನ್ತೇ ತೇಷಾಂ ಸಂಖ್ಯಾ ಯಾವತ್ ಸಮ್ಪೂರ್ಣತಾಂ ನ ಗಚ್ಛತಿ ತಾವದ್ ವಿರಮತ|
12 ১২ পাছত তেওঁ যেতিয়া ষষ্ঠ ছাবটো মেলিলে, মই চাই দেখিলোঁ যে মহা-ভুমিকম্প হবলৈ ধৰিলে; আৰু নোমৰ চট কাপোৰৰ নিচিনা সুৰ্য্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
ಅನನ್ತರಂ ಯದಾ ಸ ಷಷ್ಠಮುದ್ರಾಮಮೋಚಯತ್ ತದಾ ಮಯಿ ನಿರೀಕ್ಷಮಾಣೇ ಮಹಾನ್ ಭೂಕಮ್ಪೋ ಽಭವತ್ ಸೂರ್ಯ್ಯಶ್ಚ ಉಷ್ಟ್ರಲೋಮಜವಸ್ತ್ರವತ್ ಕೃಷ್ಣವರ್ಣಶ್ಚನ್ದ್ರಮಾಶ್ಚ ರಕ್ತಸಙ್ಕಾಶೋ ಽಭವತ್
13 ১৩ আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ অপঁইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে৷
ಗಗನಸ್ಥತಾರಾಶ್ಚ ಪ್ರಬಲವಾಯುನಾ ಚಾಲಿತಾದ್ ಉಡುಮ್ಬರವೃಕ್ಷಾತ್ ನಿಪಾತಿತಾನ್ಯಪಕ್ಕಫಲಾನೀವ ಭೂತಲೇ ನ್ಯಪತನ್|
14 ১৪ আকাশমণ্ডল নুৰিওৱা পুথিৰ দৰে লুপ্ত হ’ল; আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ’ল।
ಆಕಾಶಮಣ್ಡಲಞ್ಚ ಸಙ್ಕುಚ್ಯಮಾನಗ್ರನ್ಥಇವಾನ್ತರ್ಧಾನಮ್ ಅಗಮತ್ ಗಿರಯ ಉಪದ್ವೀಪಾಶ್ಚ ಸರ್ವ್ವೇ ಸ್ಥಾನಾನ್ತರಂ ಚಾಲಿತಾಃ
15 ১৫ তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷
ಪೃಥಿವೀಸ್ಥಾ ಭೂಪಾಲಾ ಮಹಾಲ್ಲೋಕಾಃ ಸಹಸ್ತ್ರಪತಯೋ ಧನಿನಃ ಪರಾಕ್ರಮಿಣಶ್ಚ ಲೋಕಾ ದಾಸಾ ಮುಕ್ತಾಶ್ಚ ಸರ್ವ್ವೇ ಽಪಿ ಗುಹಾಸು ಗಿರಿಸ್ಥಶೈಲೇಷು ಚ ಸ್ವಾನ್ ಪ್ರಾಚ್ಛಾದಯನ್|
16 ১৬ তাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক’লে, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু মেৰ-পোৱালি জনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা;
ತೇ ಚ ಗಿರೀನ್ ಶೈಲಾಂಶ್ಚ ವದನ್ತಿ ಯೂಯಮ್ ಅಸ್ಮದುಪರಿ ಪತಿತ್ವಾ ಸಿಂಹಾಸನೋಪವಿಷ್ಟಜನಸ್ಯ ದೃಷ್ಟಿತೋ ಮೇಷಶಾವಕಸ್ಯ ಕೋಪಾಚ್ಚಾಸ್ಮಾನ್ ಗೋಪಾಯತ;
17 ১৭ কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহা-দিন আহিল আৰু সেইদিন কোনে সহিব পাৰে?”
ಯತಸ್ತಸ್ಯ ಕ್ರೋಧಸ್ಯ ಮಹಾದಿನಮ್ ಉಪಸ್ಥಿತಂ ಕಃ ಸ್ಥಾತುಂ ಶಕ್ನೋತಿ?

< প্ৰকাশিত বাক্য 6 >