< সামসঙ্গীত 134 >

1 হে যিহোৱাৰ দাসবোৰ, তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
En vallfartssång. Upp, välsignen HERREN, alla I HERRENS tjänare, I som stån om natten i HERRENS hus.
2 তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।
Lyften edra händer upp mot helgedomen och välsignen HERREN.
3 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।
HERREN välsigne dig från Sion, han som har gjort himmel och jord.

< সামসঙ্গীত 134 >