< গণনা পুস্তক 19 >

1 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
Још рече Господ Мојсију и Арону говорећи:
2 “যিহোৱাই আজ্ঞা দিয়া ব্যৱস্থাৰ বিধি এই: ইস্ৰায়েলৰ সন্তান সকলক, নিখুঁত, নিৰ্ঘূণী আৰু যুৱলি নোলোৱা ৰাঙলী চেঁউৰি গৰু এজনী তোমাৰ গুৰিলৈ আনিবলৈ আজ্ঞা দিয়া।
Ово је уредба и закон што заповеди Господ говорећи: Реци синовима Израиљевим нека ти доведу јуницу црвену здраву, на којој нема мане, и која још није била у јарму;
3 পাছত তোমালোকে তাইক ইলিয়াজৰ পুৰোহিতক দিবা; আৰু তেওঁ তাইক ছাউনিৰ বাহিৰলৈ নিব, আৰু তেওঁৰ সাক্ষাতে কোনো এজন লোকে তাইক বধ কৰিব।
И подајте је Елеазару свештенику, а он нека је изведе напоље из логора да је закољу пред њим.
4 তেতিয়া ইলিয়াজৰ পুৰোহিতে নিজ আঙুলিৰে তাৰ কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ আগলৈ সাত বাৰ ছটিয়াব;
И узевши Елеазар крви њене на прст свој нека покропи крвљу према шатору од састанка седам пута.
5 তেওঁৰ সাক্ষাতে সেই গৰুজনীক আন এজন পুৰোহিতে দগ্ধ কৰিব; তাইৰ গোবৰে সৈতে তাইৰ ছাল, মঙহ, তেজ দগ্ধ কৰিব।
Потом нека заповеди да се спали јуница пред његовим очима; кожу њену и месо њено и крв њену с балегом нека спале.
6 সেই পুৰোহিতে এডোখৰ এৰচ কাঠ, একোচা এচোব বন আৰু অলপ ৰঙা নোম লৈ, গৰুজনীক পোৰা জুইৰ মাজত পেলাই দিব।
И свештеник узевши дрвета кедровог, исопа и црвца, нека баци у огањ где гори јуница.
7 তাৰ পাছত পুৰোহিতজনে নিজ কাপোৰ আৰু গা ধুব। তাৰ পাছত তেওঁ ছাউনিত সোমাব পাৰিব; কিন্তু পুৰোহিতজনে সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Потом нека опере хаљине своје и опере тело своје водом, па онда нека уђе у логор, и нека буде свештеник нечист до вечера.
8 আৰু যিজনে গৰুজনীক পুৰিব, তেওঁ পানীত নিজ কাপোৰ আৰু গা ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Тако и ко је спали, нека опере хаљине своје водом, и тело своје нека опере водом, и нека буде нечист до вечера.
9 পাছত কোনো এজন শুচি লোকে সেই গৰুজনীৰ ছাঁই গোটাই, ছাউনিৰ বাহিৰত কোনো পৰিস্কাৰ ঠাইত ৰাখিব। তাক ইস্ৰায়েলৰ সন্তান সকলৰ মণ্ডলীৰ কাৰণে অশুচিতা নাশক জলৰ কাৰণে ৰখা যাব কিয়নো সেই বলি পাপাৰ্থক বলি স্ৱৰুপে দান কৰা হৈছিল।
А чист човек нека покупи пепео од јунице и изручи га иза логора на чисто место, да се чува збору синова Израиљевих за воду очишћења; то је жртва за грех.
10 ১০ আৰু যি জন লোকে গৰুজনীৰ ছাঁই গোটাব, তেৱোঁ নিজৰ কাপোৰ ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীসকলৰো পালন কৰিবলগা চিৰস্থায়ী বিধি।
И онај који покупи пепео од јунице нека опере хаљине своје, и нека буде нечист до вечера. То нека је синовима Израиљевим и дошљаку који се бави међу њима вечан закон.
11 ১১ যি কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব।
Ко се дотакне мртвог тела човечијег, да је нечист седам дана.
12 ১২ তেওঁ তৃতীয় দিনা আৰু সপ্তমদিনা নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি নকৰে, তেন্তে তেওঁ শুচি নহ’ব।
Он нека се очисти оном водом трећи дан и седми дан, и биће чист; ако ли се не очисти трећи дан и седми, неће бити чист.
13 ১৩ যি কোনোৱে মৰা মানুহৰ শৱ চুই নিজকে শুচি নকৰিব, তেওঁ যিহোৱাৰ আবাস অশুচি কৰিব; সেই লোকজনক ইস্ৰায়েলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁৰ ওপৰত অশুচিতা নাশক জল নছটিওৱাত তেওঁ অশুচি হ’ল আৰু তেওঁৰ অশুচিতা তেওঁৰ লগতে থাকিব।
Ко се дотакне мртвог тела човечијег па се не очисти, онај је оскрвнио шатор Господњи; зато да се истреби она душа из Израиља; јер није покропљен водом очишћења, зато је нечист, и нечистота је његова на њему.
14 ১৪ যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব- সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব।
Ово је закон кад човек умре у шатору: Ко год уђе у онај шатор и ко год буде у шатору, нечист да је седам дана;
15 ১৫ আৰু ৰছীৰে বন্ধা ঢাকনি নথকা সকলো মুকলি পাত্ৰ অশুচি হ’ব।
И сваки суд откривен, који не буде добро заклопљен, нечист је.
16 ১৬ আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা নৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।
И ко се год дотакне у пољу посеченог мачем или умрлог или кости човечије или гроба, нечист да је седам дана.
17 ১৭ আৰু সেই অশুচি মানুহৰ কাৰণে পাপাৰ্থক বলিৰ সেই পোৰা ছাঁইৰ কিছু পাত্ৰত ৰাখি, তাৰ ওপৰত ভুমুকৰ পানী দিয়া যাব।
И нека за нечистог узму пепела од јунице спаљене за грех, и нека налију на њ воде живе у суд.
18 ১৮ আৰু কোনো শুচি লোক এজনে একোচা এচোব বন লৈ, সেই পানীত জুবুৰীয়াই, সেই তম্বুৰ ওপৰত, আৰু তাত থকা সকলো বস্তুৰ আৰু আটাই প্ৰাণীৰ ওপৰত আৰু হাড়, বা হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা মাদাম স্পৰ্শ কৰা সেই মানুহজনৰ ওপৰতো তাক ছটিয়াব।
Потом нека узме чист човек исопа и замочи у ону воду, и покропи њом шатор и све суде и људе који су у њему били; тако и оног који би се дотакао кости или човека посеченог или умрла или гроба.
19 ১৯ সেই শুচি লোকজনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অশুচি লোকজনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অশুচি লোকজনে নিজকে শুচি কৰিব; তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধিয়া সময়ত তেওঁ শুচি হ’ব।
Чисти нечистог нека покропи трећи и седми дан; и кад га очисти седми дан, нека опере хаљине своје и себе нека опере водом, и биће чист увече.
20 ২০ কিন্তু যি জন লোকে অশুচি হৈয়ো নিজকে শুচি নকৰিব, সেই লোকজনক সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ স্থান অশুচি কৰিলে; তেওঁৰ ওপৰত অশুচিতা-নাশক জল ছটিওৱা নহ’ল; আৰু তেওঁ অশুচি হৈ থাকিল।
А ко буде нечист па се не очисти, да се истреби она душа из збора; јер је светињу Господњу оскврнио, а није покропљен водом очишћења; нечист је.
21 ২১ এয়ে তেওঁলোকে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব। আৰু যি জনে অশুচিতা-নাশক জল ছটিয়াব, তেওঁ নিজৰ কাপোৰ ধুব; আৰু যি জনে সেই অশুচিতা-নাশক জল চুব তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
И ово нека им је закон вечан: и који покропи водом очишћења, нека опере хаљине своје; и ко се год дотакне воде очишћења, да је нечист до вечера.
22 ২২ আৰু সেই অশুচি লোকে যি কিছু চুব, সেয়ে অশুচি হ’ব; আৰু যি লোকে তাক চুব, তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।”
И чега се год дотакне ко је нечист, да је нечисто; и ко се њега дотакне, да је нечист до вечера.

< গণনা পুস্তক 19 >