< যোহন 16 >

1 “মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
“Ni ba wambi izi zintu kwenu chokuti kanji muzwi kwangu.
2 মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
Ka ba mi sohe mu ma sinagoge. kono inako i kezite i yo zumwi ni zumwi yo mi haya kahupule kuti u ha mutendo wa chitabelo kwe Ireeza.
3 তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
Ka ba chite izo zintu chokuti kana ba bezibi Itayo kapa I me.
4 কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলোঁ।
Ni ba wambi izo zintu kwenu chokuti i nako ya bo ha i sika, ka muzeze kuti ni ba miwambili kuamana na bo. Kana ni ba miwambili kuamana nizo zintu kumatangilo chokuti ni bena nanwe.
5 কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, ‘তুমি নো কলৈ গৈ আছা’?
Kono lyahanu ni kaya kwali ya ba ni tumi, nihaike kakwina kwenu ya ba ni buzi, “U kaya kuhi?'
6 কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে।
Kono chokuti ni bawambi izi zintu kwenu, kuswaba ku be zuli mwinkulo zenu.
7 তথাপি, মই তোমালোকক সঁচাকৈ কৈছোঁ; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
Kono ni miwambila buniti: mo kube hande kwenu ha ni ya kungi. Mukuti heba ne ni sa yendi kungi, Muombaombi kete ne ze kwenu, kono ha ni yenda, Ka ni mutumine kwenu.
8 তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
Ha te neeze, Muombaombi ka tondeze inkanda ku ba ni mafosisa kuamana ni chibi, kuamana ni kuluka, ni kuamana ni nkatulo-
9 তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
kuamana ni chibi, Chokuti ka ba zumini kwangu;
10 ১০ ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
kuamana ni kuluka chokuti ni ka ya kwe Itayo, mi inwe ke te ne muzwile habusu ku ni bona;
11 ১১ আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।
mi kuamana ni nkatulo, chakuti mubusi we yunu inkanda cha ba atulwa kale.
12 ১২ তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব।
Ni na zintu zingi za kuwamba kwenwu, kono kete mu zi zuwisize hanu.
13 ১৩ কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
Kono cwale iye, Luhuho lwe Niti, ha lwiza, ka lu mi etelele mu buniti bonse, chokuti kete ne lu liwambile kuzwililia kwali mwine. Kono kawambe chonse chete na zuwe, mi ka wambe kwenu chete ne chize.
14 ১৪ তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব।
Ka ni tembe, kakuli ka hinde ku zwilila ku zangu mi ka zi wambe kwenu.
15 ১৫ পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
Chimwi ni chimwi chena na cho Tayo nji changu. Ni hakwina bulyo, Ni bawambi kuti Luhuho ka luhinde ku zwilila ku che chili changu mi ka mi wambile.
16 ১৬ কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”
Chakuya che nako i nfuhi kete ne mu ni bone, mi kwisule che nako i mwi i nfuhi ka mu ni bone.”
17 ১৭ তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”
Kuzwaho bamwi ba balutwani ba kwe ni chi bati zumwi ku zumwi, “Chintunzi chi cha wamba kwetu, 'Che nako infuhi kete ne mu ni bone mi kwisule lye nako i mwi infuhi ka mu ni bone,' mi, 'Chokuti ni yenda kwe Itayo'?”
18 ১৮ এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, ‘অলপ সময়’? তেওঁ কি কথা কৈ আছে আমি নাজানো।”
Nihakwina bulyo ni chi bati, “Kanti chintunzi chi chawamba, 'I nako zana i nfuhi'? Katwizi cha kwete kuamana ni cha wamba.”
19 ১৯ যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, “মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”
Jesu ni cha bona kuti basaka ku mubuza, ni cha ti kubali, “I chi che mukwete kulibuza mukati kenu kuamana ni cha na wamba, 'I nako zana infuhi kete ne mu ni bone mi kwisule lye nako zana i mwi infuhi ka mu ni bone'?
20 ২০ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।
Buniti, niti, ni wamba kwenu, ka mulile ni kusilisa, kono inkanda ka isange; kono nwe ka mu be ni ku wilwa kukando, kono ku swaba kwenu ka ku sanduke ku ba ni ntabo.
21 ২১ প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
Heba mwanakazi u puluha u ba ni kuwilwa chokuti inako ya kwe chi ya sika, kono ha mana kupuluha muchiche, ka chi hupuli kuchiswa kwakwe chebaka lye ntabo chakuti muntu wa pepwa munkanda.
22 ২২ ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
Chobulyo mwina kuwilwa hanu, kono ka ni mibone hape, mi nkulo zenu ka zisange, mi ka kwina ya te na wole kuzwisa intabo yinu kwenu.
23 ২৩ সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
Mwi zuba elyo ke te ne mu ni buze chimwi. Buniti, niti, ni wamba kwenu, haiba ne mukumbila chime kwa Tayo che zina lyangu, ka chi mihe.
24 ২৪ এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
Kuhitila hanu ka mwini ku kumbila chimwi che zina lya ngu. Mukumbile, mi ka muamuhele chokuti kusanga kwenu ne ku izuzilizwe.
25 ২৫ এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
Ni bawambi e zi zintu kwenu cha makabisa puo, kono inako i kezite ye se te ni ni wambe kwenu indaba zi sa zuweki, kono kusi bulyo ka ni miwambile ha jololwe kuamana ni Itayo.
26 ২৬ সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত প্ৰাৰ্থনা কৰিম;
Mwizuba lyo ka mukumbile che zina lyangu mi ka ni wambi chobulyo kwenu kuti ka ni lapele kwe Itayo chenu,
27 ২৭ কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
chokuti Itayo i ye mwine a mi saka chokuti mu ba ni saki mi mu bazumini kuti ni ka zwilila kwe Itayo.
28 ২৮ মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
Ni zwilila kwe Itayo, mi ni bakezi mwi inkanda. Hape, chi ni siya inkanda mi chi ni kaya kwe Itayo.”
29 ২৯ তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, “চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
Balutwana ba kwe ni chi bati, “Bone, lyahanu cho wamba ha jolola mi ka u li tusisi indaba zi sa zuweki.
30 ৩০ এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
Lyahanu chi tweziba kuti wizi zintu zonse, mi ko saki zumwi muntu ku kubuza i mpuzo. Chebaka lyo, tuzumina kuti u kazwa kwe Ireeza.”
31 ৩১ যীচুৱে তেওঁলোকক ক’লে, “এতিয়া বিশ্বাস কৰিছা নে?”
Jesu ni cha betaba, “Chi mwa zumina cwale?
32 ৩২ চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
Mubone, inako chi ya sika, eeni, che niti chi yasika, he te ni mu hasanywe, zumwi ni zumwi ku munzi wa kwe, mi ka munisiye ne nke. Kono ka ni bi nenke chokuti Itayo wi na name.
33 ৩৩ এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
Ni ba wambi izi zintu kwenu kuti mu be ni nkozo kwangu. Mwinkanda mwina ni masukuluko, kono mu be ni bundume: Ni ba komi inkanda.”

< যোহন 16 >