< যেরেমিয়া 45 >

1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত, নেৰিয়াৰ পুত্ৰ বাৰুকে এইবোৰ কথা যিৰিমিয়াৰ মুখৰ পৰা পুথি এখনত লিখা সময়ত, যিৰিমিয়া ভাববাদীয়ে তেওঁক এই কথা ক’লে,
Słowo, które prorok Jeremiasz wypowiedział do Barucha, syna Neriasza, gdy spisał te słowa w księdze z ust Jeremiasza w czwartym roku Joakima, syna Jozjasza, króla Judy:
2 “হে বাৰুক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তোমাক এইদৰে কৈছে:
Tak mówi PAN, Bóg Izraela, do ciebie, Baruchu:
3 তুমি ক’লা, যে, ‘হায় হায়, মই সন্তাপৰ পাত্ৰ। কিয়নো যিহোৱাই মোৰ বেদনাতে শোক লগ লগাই দিছে; মই কেঁকাই কেঁকাই ক্লান্ত হৈছোঁ, অলপ জিৰণী নাপাওঁ।’
Powiedziałeś: Biada mi teraz! Bo PAN przydaje smutku do mojego bólu; utrudziłem się swoim wzdychaniem i nie znajduję odpoczynku.
4 তুমি তেওঁক কোৱা: যিহোৱাই এই কথা কৈছে: চোৱা, মই যি সাজিলোঁ, তাক ভাঙিম, আৰু মই যি ক’লোঁ, তাক উঘালিম, আৰু গোটেই দেশত এনেকৈয়ে কৰিম।
Tak powiesz do niego: Tak mówi PAN: Oto co zbudowałem, zburzę, co zasadziłem, wyplenię, tę całą ziemię.
5 তেন্তে তুমি নিজৰ বাবে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা; কিয়নো, যিহোৱাই কৈছে, মই সকলো মৰ্ত্ত্যলৈ অমঙ্গল ঘটাম; কিন্তু তুমি যি যি ঠাইলৈ যাবা, সেই সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম’।”
A ty szukasz dla siebie wielkich rzeczy? Nie szukaj. Oto bowiem sprowadzę nieszczęście na wszelkie ciało, mówi PAN. Ale tobie dam twoje życie jako zdobycz we wszystkich miejscach, dokądkolwiek pójdziesz.

< যেরেমিয়া 45 >