< কলচীয়া 1 >

1 ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি পৌল আৰু তীমথিয় ভাই,
Nene Pauli mtumi wa Kilisitu Yesu kwa uganu wa Chapanga pamonga na Timoti,
2 কলচীত থকা খ্ৰীষ্টত বিশ্বাসী ভাই আৰু পবিত্ৰ লোক সকলৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
Tikuvayandikila nyenye vandu va Chapanga mwemwitama pamuji wa Kolosai, valongo vitu vasadikika mukuwungana na Kilisitu. Tikuvaganila ubwina na uteke kuhuma kwa Chapanga Dadi witu.
3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনায় আপোনালোকৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰি আছোঁ৷
Magono goha lukumbi lwa tukuvayupila, tikumsengusa Chapanga, Dadi wa Bambu witu Yesu Kilisitu.
4 আমি শুনিবলৈ পালোঁ যে, খ্ৰীষ্ট যীচুত আপোনালোকৰ যি বিশ্বাস আৰু ঈশ্বৰৰ কাৰণে পৃথক কৰি ৰখা পবিত্ৰ লোক সকলৰ প্ৰতি যি প্ৰেম আছে,
Muni tiyuwini sadika yinu kwa Kilisitu Yesu na uganu winu kwa vandu voha va Chapanga.
5 সেইদৰে আপোনালোকৰ কাৰণেও আশা-ধনৰ বিষয় স্বৰ্গত সাঁচি থোৱা হৈছে৷ আপোনালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্য প্ৰথমে শুনিলে;
Sadika na uganu vihuma muhuvalila lemuvikiwi kunani kwa Chapanga. Mwayuwini hoti ndava ya sadika yeniyo pemwakokosiwi Lilovi la Bwina mala ya kutumbula.
6 আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেই দিনাৰ পৰাই সেই শুভবাৰ্তা আপোনালোকৰ মাজত যেনেকৈ, গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷
Lilovi la Bwina liyonjokesa yikuvakita vandu vahenga mambu gabwina na kudandasika pamulima woha ngati chayakitili kwinu nyenye kuhumila ligono lila pamwayuwini kuvala ubwina wa Chapanga na kuyimanya chayivili chakaka.
7 সেইবোৰ আপোনালোকে আমাৰ প্ৰিয় সহদাস ইপাফ্ৰাৰ পৰাই শিকিলে; তেখেত আমাৰ কাৰণে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক;
Mwajiwulili ubwina wa Chapanga kuhuma kwa Epafla, muhenga lihengu muyitu mganu msadikiwa kwa Kilisitu pahali pitu.
8 আৰু পবিত্ৰ আত্মাৰ গুণত আপোনালোকৰ যি প্ৰেম আছে, তাক তেখেতেই আমাৰ আগত প্ৰকাশ কৰিলে৷
Mwene akutijovela malovi ga uganu wempewili na Mpungu wa Chapanga.
9 এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, আপোনালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হওক৷
Ndava yeniyo tavili tikuvayupila magono goha kwa kuhumila lukumbi lwatapatili malovi ginu. Tikumuyupa Chapanga avatangatila kumanya cheigana nyenye mukihengayi pamonga na uhotola wa luhala lwoha lwa kumanya mambu gegihuma kwa Mpungu Msopi.
10 ১০ আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্মত ফলৱন্ত হয়৷
Penapo yati mwitama ngati cheigana Bambu na kuyendelela kukita gegakumganisa mwene magono goha. Wumi winu yati wileta mahengu gabwina ndalindali nyenye yati mwiyedelela kukula mukummanya Chapanga.
11 ১১ আমি নিবেদন কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷
Chapanga avapela makakala kwa uhotola waki woha na ukulu waki muni muhotola kukangamala kila chindu kwa usindimala.
12 ১২ আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷
Na kwa luheku msengusa Dadi, mwavahotwisi nyenye kupata lilundu linu mu mambu gala geavavikili vandu vaki vevitama mulumuli lwa unkosi.
13 ১৩ তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷
Mwene Chapanga atisangwili mumakakala ga chitita, akatileta muunkosi, mwene ndi Mwana mganu wa Chapanga avili kwakona vindu vyoha kuwumbwa.
14 ১৪ তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
Kwaki mwene tigombolewa, mana yaki ndi kumbudila kwitu Chapanga kulekekesewa.
15 ১৫ সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি৷ তেওঁ গোটেই সৃষ্টিৰ প্ৰথমজাত;
Kilisitu ndi luhumu lwa Chapanga mweangalolekana, ndi Mwana wa Chapanga na avili kwakona vindu vyoha kuwumbika.
16 ১৬ কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷
Muni kupitila mwene Chapanga awumbili vindu vyoha kila chindu pamulima na kunani kwa Chapanga, vindu vyeviloleka na vyangaloleka, vana makakala gakulu, vachilongosi vakulu na vana vigoda vya magono goha. Chapanga awumbili vindu vyoha na ndava yaki.
17 ১৭ তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷
Mwene avili kwakona vindu vyoha, Vindu vyoha viyendelela kuvya na mukuwungana nayu vindu vyoha viyendelela pandu paki.
18 ১৮ তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই প্ৰাথমিক প্ৰাধিকাৰী, তেওঁ আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হয়।
Mwene ndi mutu wa higa yaki, ndi vandu vevakumsadika Kilisitu, mwene ndi Chinyepa cha wumi. Mwene ndi wa mtumbula, kutumbula kuyukiswa mulifwa, muni avya na fwasi ya kutumbula wa muvindu vyoha.
19 ১৯ সেই কাৰণে ঈশ্বৰে আনন্দেৰে সিদ্ধান্ত ল’লে যে, তেওঁত সকলো সম্পূৰ্ণতা বাস কৰা উচিত;
Muni Chapanga aganili uchapanga waki woha uvya mukuwungana na Kilisitu.
20 ২০ আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।
Kupitila mwene Chapanga ahamwili vindu vyoha vyeviwumbiwi vimuwuyila mwene, na kwa ngasi yaki yeyayitiki pamsalaba akitili uteke na vindu vyoha pamulima na kunani kwa Chapanga.
21 ২১ আপোনালোকেও পূৰ্বতে ঈশ্বৰৰ পৰা অসম্পৰ্কীয় আৰু দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা লোক আছিল৷
Penapo nyenye mwavili kutali na Chapanga na mwavili makoko vaki ndava ya maholo ginu na matendu ginu gahakau.
22 ২২ তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ, নিষ্কলঙ্ক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন সাধন কৰিলে৷
Nambu hinu Chapanga avakitili nyenye mvya vankozi vaki kupitila higa ya Mwana waki mweabweli kwitu akavya mundu na kangi afwili, muni avapeleka nyenye palongolo yaki mkavya vandu vaki vabwina changali kuhoka kokoha.
23 ২৩ আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷
Muyendelela kusadika uchakaka wenuwo na kuyima chakusindimala, mkoto kuyidakila kunyuguswa huvalila musadika yemwapatili lukumbi pemwayuwini Lilovi la Bwina. Nene Pauli mwenivili namtumisi wa Lilovi la Bwina lenilo lelikokosiwi kwa vandu voha pamulima.
24 ২৪ এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
Na hinu niheka kung'ahika ndava ya nyenye, muni kwa mang'ahiso gangu pamulima apa, nitangatila kumalakisila gala gegakona kuhengeka mu mang'ahiso ga Kilisitu ndava ya higa yaki, ndi msambi wa vandu vevakumsadika Kilisitu.
25 ২৫ সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰীবাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ৷
Na nene nikitiwi kuvya namtumisi wa msambi wa vandu vevakumsadika Kilisitu Chapanga anipeli lihengu lenilo ndava yinu. Mpangu wene ndi kukokosa kwa ubwina ujumbi waki,
26 ২৬ সেই নিগূঢ়-তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে; (aiōn g165)
malovi ago gafiyiki kwa vandu voha kutumbula kadeni, chiveleku hati chiveleku nambu hinu gagubukuliwi kwa vandu vaki. (aiōn g165)
27 ২৭ ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-ইহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন আপোনালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷
Chapanga mwene aganili kuvamanyisa vandu vaki mfiyu wenuwo wewuvili ukulu na ubwina wewayenili kwa vandu voha vevangava Vayawudi na yene ndi iyi, kuvya Kilisitu avi mugati yinu, na nyenye mewa yati mwipata lilundu linu muukulu wa Chapanga.
28 ২৮ সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷
Ndava yeniyo tikumkokosa Kilisitu kwa vandu voha, tikuvabesa na kuvawula vandu voha kwa luhala lwoha, muni tihotola kumleta kila mmonga witu palongolo ya Chapanga kuni akangili mukuwungana na Kilisitu.
29 ২৯ তেওঁৰ কাৰ্যসাধক শক্তিয়ে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছে, সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰি আছোঁ।
Muni nihenga genago na nikangamala na kutumila likakala likulu la Kilisitu mweikita lihengu mugati yangu.

< কলচীয়া 1 >