< ২ কৰিন্থীয়া 12 >
1 ১ মই গৌৰৱ কৰিব পাৰোঁ যদিও ই হিতজনক নহয়; কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা ক’ম।
ଅବ୍ସୋଡ଼ାଡମ୍ନେନ୍ ମନଙ୍ ତଡ୍ ଜନଙ୍ଡେନ୍, ଞେନ୍ ଅବ୍ସୋଡ଼ାଡମ୍ତନାୟ୍, ପ୍ରବୁନ୍ ଞେନ୍ଆଡଙ୍ ଅଙ୍ଗା ତନାଲ୍ମଡ୍ ଅବ୍ତୁୟ୍ଲିଁୟ୍, ଆରି ଅଙ୍ଗା ଅନବ୍ଜନାବର୍ ତିୟ୍ଲିଁୟ୍, ତିଆତେ ଞେନ୍ ବର୍ତନାୟ୍ ।
2 ২ খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, যি জনে চৌদ্ধ বছৰৰ আগেয়ে, শাৰীৰিক ৰূপে নে নিঃশৰীৰেৰে সেই বিষয়ে মই নাজানো, ঈশ্বৰেহে জানে, - তেখেতক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল।
କ୍ରିସ୍ଟନ୍ ଆମଙ୍ ଆସାଲନ୍ ଆଡ୍ରକୋଲନ୍ ଅବୟ୍ ମନ୍ରାନ୍ ଞେନ୍ ଜନା, ଚଉଦ ବର୍ସେଙ୍ ଆମ୍ମୁଙ୍ ଆନିନ୍ ଅନବ୍ୟାଗି ରୁଆଙନ୍ ଜାୟ୍ ଓରୋଙେଞ୍ଜି, ଆନିନ୍ ଜେଲୁ ଡଅଙନ୍ ବାତ୍ତେ ଜିରେନ୍ ଅଡ଼େ ଗନୁମ୍ତେ ଗିଜେନ୍, ଞେନ୍ ତିଆତେ ଜନା ତଡ୍ ଇସ୍ୱରନ୍ ତୁମ୍ ଜନାତେ ।
3 ৩ আৰু এনে এজন মানুহক মই জানো, সশৰীৰেৰে নে বিনাশৰীৰেৰে সেয়ে মই নাজানো, ঈশ্বৰে জানে, -
ଆରି, ଞେନ୍ ଅବୟ୍ ମନ୍ରାନ୍ ଜନା, ଆନିନ୍ ପାରଡେସାନ୍ ଅନୋରୋଙନ୍ ଡେଏନ୍, କେନ୍ଆତେ ଆଜାଡ଼ିନ୍ ଅଡ଼େ ଆନିନ୍ ଗନୁମ୍ତେ ଗିଜେନ୍, ତିଆତେ ଞେନ୍ ଜନା ତଡ୍, ଇସ୍ୱରନ୍ ତୁମ୍ ଜନାତେ ।
4 ৪ তেখেতক পৰমদেশলৈ নিয়া হৈছিল, তাতে তেওঁ অনিৰ্ব্বচনীয় আৰু মানুহে ক’ব নোপোৱা কথা শুনিবলৈ পাইছিল।
ଆରି ଅଙ୍ଗାଆତେ ମନ୍ରାଞ୍ଜି ବର୍ରନ୍ ଅଃର୍ରପ୍ତିଏଜି, ତି ଏତ୍ତେଗନ୍ ଆ ବର୍ନେଜି ଆନିନ୍ ତେତ୍ତେ ଇୟ୍ଲେ ଅମ୍ଡଙେ ।
5 ৫ তেনেকুৱা জনৰ অৰ্থে মই গৌৰৱ কৰিম; কিন্তু নানা দূৰ্ব্বলতাৰ বাহিৰে, মোৰ নিজৰ অৰ্থে আন একো কথাত গৌৰৱ নকৰোঁ।
କେନ୍ ଆ ମନ୍ରା ଆସନ୍ ଞେନ୍ ଅବ୍ସୋଡ଼ାଡମ୍ତନାୟ୍, ବନ୍ଡ ଞେନ୍ଡମ୍ ଆସନ୍ ଡ ଏର୍ବପ୍ପୁଞେନ୍ ଆସନ୍ ଞେନ୍ ଅବ୍ସୋଡ଼ାଡମ୍ତନାୟ୍, ଆରି ଇନ୍ନିଙ୍ଲୋଙ୍ ଞେନ୍ ଅଃନ୍ନବ୍ସୋଡ଼ାଡମ୍ନାୟ୍ ।
6 ৬ কাৰণ যদিও গৌৰৱ কৰিবলৈ ইচ্ছা কৰোঁ, তথাপি মই অজ্ঞান নহ’ম; কিয়নো মই সঁচা ক’ম; আৰু গৌৰৱ কৰাৰ পৰা আতৰত থাকিম, যাতে কোনেও মোক শ্ৰেষ্ঠ বুলি জ্ঞান নকৰে; কিন্তু মোক যি দৰে দেখে বা যি দৰে মোৰ কথা শুনে, সেইদৰেহে মোক জ্ঞান কৰক৷
ଆରି ଞେନ୍ ଅବ୍ସୋଡ଼ାଡମ୍ଲନାୟ୍ ଜନଙ୍ଡେନ୍, ଞେନ୍ ଆ ଉଲ୍ଲୁମର୍ଗୋ ଅଃଡ୍ଡେଇଁୟ୍, ବନ୍ଡ ଞେନ୍ ଆଜାଡ଼ିନ୍ ବର୍ତନାୟ୍; ଞେନ୍ ଅଃନ୍ନବ୍ସୋଡ଼ାଡମ୍ନାୟ୍ ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ଞେନ୍ ଲରନୁମ୍ତନାଞନ୍ ଆଡିଡ୍ ମନ୍ରାଞ୍ଜି ଏଙ୍ଗାଲେ ଗିୟ୍ତିଁୟ୍ଜି, ଆରି ଅମଙ୍ଞେନ୍ ସିଲଡ୍ ବର୍ନେନ୍ ଏଙ୍ଗାଲେ ଅମ୍ଡଙ୍ତଜି, ଡିୟ୍ତେ ସିଲଡ୍ ଆରି ଗୋଗୋୟ୍ ବର୍ନେଞେନ୍ ବର୍ଡଙ୍ନେଜି ତଡ୍ ।
7 ৭ আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট, অৰ্থাৎ, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷
ଆରି, ଞେନ୍ ଏଙ୍ଗାଲ୍ଡେନ୍ ଗୋଗୋୟ୍ ଅଃଗର୍ବନାୟ୍, ତିଆସନ୍ ଡଅଙ୍ଲୋଙ୍ଞେନ୍ ଅବୟ୍ ଅବ୍ବାଙନ୍ ଆଡକ୍କୋ, ଞେନ୍ଆଡଙ୍ ପନବ୍ରଡନ୍ ଆସନ୍ ତିଆତେ ସନୁମନ୍ ଆ ପାଙ୍ଲଙ୍ବର୍ମର୍ ଅନ୍ତମ୍ ଆପ୍ପାୟ୍ଲାଜି, ଏତ୍ତେଲ୍ଡେନ୍ ଞେନ୍ ଆରି ଗୋଗୋୟ୍ ଅଃଗର୍ବନାୟ୍ ।
8 ৮ সি মোৰ পৰা যেন দূৰ হয় সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলোঁ।
ତିଆତେ ଅମଙ୍ଞେନ୍ ସିଲଡ୍ ସଙାୟ୍ତେ ଗାମ୍ଲେ ଞେନ୍ ପ୍ରବୁନ୍ ଆମଙ୍ ୟାଗି ତର କାକୁର୍ତିଲନାୟ୍ ।
9 ৯ তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
ଆରି, ପ୍ରବୁନ୍ ଞେନ୍ଆଡଙ୍ ବର୍ରିଁୟ୍, “ସନାୟୁମ୍ଞେନ୍ ଆମ୍ୱେନ୍ ଆସନ୍ ଡିୟ୍ତେ ସରି, ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ଆମ୍ୱେନ୍ ଏର୍ବପ୍ପୁ ଡେଲବେନ୍ ଡେନ୍, ବୋର୍ସାଞେନ୍ ରାଙ୍ଡାତେ ।” ଏଙ୍ଗାଲ୍ଡେନ୍ କ୍ରିସ୍ଟନ୍ ଆ ବୋର୍ସା ଡଅଙ୍ଲୋଙ୍ଞେନ୍ ଡକୋତନେ, ତିଆସନ୍ ଞେନ୍ ଗୋଗୋୟ୍ ସର୍ଡାନ୍ ବାତ୍ତେ ଏର୍ବପ୍ପୁଞେନ୍ ଆସନ୍ ଅବ୍ସୋଡ଼ାଡମ୍ତନାୟ୍ ।
10 ১০ এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।
କ୍ରିସ୍ଟନ୍ ଆସନ୍ ଅଡ଼୍କୋନ୍ ଏର୍ବପ୍ପୁନ୍, ଗନବ୍ରଜନ୍, ସନିନ୍ତାନ୍, ଡନଣ୍ଡାୟନ୍, ବନ୍ତଙନ୍ ଆସନ୍ ଞେନ୍ ସର୍ଡାତିଁୟ୍, ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ଅଙ୍ଗା ଆଡିଡ୍ ଞେନ୍ ଏର୍ବପ୍ପୁ, ତିଆଡିଡ୍ ଞେନ୍ ବୋର୍ସାଡମ୍ ।
11 ১১ মই নির্বোধ হ’লো! এনে হবলৈ আপোনালোকে মোক অগত্যা কৰিলে, কিয়নো আপোনালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হব লাগিছিল; কিয়নো মই একো নহলেও, ‘অতি প্ৰধান পাঁচনি’ সকলতকৈ অলপো নিকৃষ্ট নাছিলো৷
ଞେନ୍ ଆ ଉଲ୍ଲୁମର୍ଗୋ ଅମ୍ମେଲନାୟ୍, ଏତ୍ତେଲେ ଡକୋନେନ୍ ଆସନ୍ ଆମ୍ୱେଞ୍ଜି ଞେନ୍ଆଡଙ୍ ଏଗଞ୍ଜେଲିଁୟ୍, ଞେନ୍ ଇନ୍ନିଙ୍ ତଡ୍ ଜନଙ୍ଡେନ୍ ଆମ୍ୱେଞ୍ଜି ଞେନ୍ଆଡଙ୍ ଏସେଙ୍କେତିଁୟ୍ ବନ୍, ଞେନ୍ ଅନାପ୍ପାୟ୍ ଞଙ୍ନେମର୍ବେଞ୍ଜି ସିଲଡ୍ ଅନ୍ନିଙ୍ ଆ ଗୁନଲୋଙ୍ ଅସୋୟ୍ ତଡ୍ ।
12 ১২ আপোনালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই পাঁচনিৰ চিনবোৰ প্ৰকাশিত হৈছিল।
ଞେନ୍ ଅବ୍ବୋର୍ସାଲନ୍ ଅଡ଼୍କୋ ଅରମ୍ମଡନ୍, ବୋର୍ସା କାବ୍ବାଡ଼ାଞ୍ଜି ଡ ସାନ୍ନି କାବ୍ବାଡ଼ାଞ୍ଜି ଲୁମ୍ଲେ, ଞେନ୍ ଅବୟ୍ ଅନାପ୍ପାୟ୍ ଞଙ୍ନେମର୍ ଗାମ୍ଲେ ଅବ୍ତୁୟ୍ଲନାୟ୍ ।
13 ১৩ মই যে নিজে আপোনালোকৰ ভাৰস্বৰূপ হোৱা নাই, এই বিষয়ত বাহিৰে আপোনালোকে আনকি কথাত অন্য মণ্ডলীতকৈ নিকৃষ্ট হ’ল? মোৰ এই অপৰাধটো ক্ষমা কৰক।
ଞେନ୍ ଆମ୍ବେଞ୍ଜିଆଡଙ୍ ବାଉଲ୍ଲି ଅଃନ୍ନେମ୍ମେଲବେନ୍, କେନ୍ଆତେ ଅମ୍ରେଙ୍ଲେ ଆନ୍ନା ମଣ୍ଡଡ଼ିଞ୍ଜି ସିଲଡ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଇନ୍ନିଙ୍ ଆ ବର୍ନେଲୋଙ୍ ଅବ୍ବସୋୟ୍ଲବେନ୍ ଡେନ୍, ତିଆତେ ଆସନ୍ ଞେନ୍ଆଡଙ୍ କେମାନ୍ ତିୟିଁୟ୍ବା ।
14 ১৪ চাওক! তৃতীয় বাৰ মই আপোনালোকৰ ওচৰলৈ যাবলৈ যুগুত হৈছোঁ আৰু এইবাৰো ভাৰস্বৰূপ নহ’ম, কিয়নো আপোনালোকৰ সম্পত্তি নহয়, আপোনালোককহে বিচাৰো; কাৰণ মাক-বাপেকৰ কাৰণে সন্ত্বানে সাঁচিব লগা নহয়, সন্ত্বানৰ কাৰণেহে মাক-বাপেকে সাঁচিব লগা হয়।
ଗିୟ୍ବା, ଞେନ୍ ଅମଙ୍ବେନ୍ ଅନିୟନ୍ ଆସନ୍ ୟାଗି ତର ଅବ୍ଜାଡାଲନାୟ୍, ଞେନ୍ ଆରି ଆମ୍ବେଞ୍ଜିଆଡଙ୍ ବାଉଲ୍ଲି ଅଃନ୍ନେମ୍ମେବେନ୍, ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ଞେନ୍ ତଙ୍କାବେନ୍ ଅଃସାଜାୟ୍, ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ସାୟ୍ତବେନ୍; ପସିଜଞ୍ଜି ଆପେୟଞ୍ଜି ଆସନ୍ ତର୍ତୁମ୍ଲେ ଅଃଡ୍ଡକ୍କୋଏଜି, ଆର୍ପାୟ୍ ଆପେୟଞ୍ଜି ଆ ପସିଜଞ୍ଜି ଆସନ୍ ତର୍ତୁମ୍ଲେ ଡକ୍କୋତଜି ।
15 ১৫ সেইদৰে ময়ো আপোনালোকৰ প্ৰাণৰ কাৰণে আনন্দেৰে ব্যয় কৰিম আৰু ব্যয় কৰাও হ’ম। যদি মই আপোনালোকক অধিক প্ৰেম কৰোঁ, তেনেহলে মোক আপোনালোকে কমকৈ প্ৰেম কৰিব নে?
ଆରି ପୁରାଡ଼ାବେଞ୍ଜି ଆସନ୍ ଞେନ୍ ସର୍ଡାନ୍ ବାତ୍ତେ କର୍ସତାୟ୍, ପରାନ୍ନାଞେନ୍ ନିୟ୍ ତିୟ୍ତାୟ୍, ଞେନ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଗୋଗୋୟ୍ ଡୁଙ୍ୟମ୍ତବେନ୍ ଗାମ୍ଲେ ଆମ୍ୱେଞ୍ଜି ଞେନ୍ଆଡଙ୍ ଅସୋୟ୍ ଏଡୁଙ୍ୟମ୍ତିଁୟ୍ ପଙ୍?
16 ১৬ কিন্তু যি দৰে মই আপোনালোকক ভাৰ দিয়া নাছিলো কিন্তু চতুৰ হৈ ছলেৰে আপোনালোকক ধৰিলো,
ବନ୍ଡ ଞେନ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ବାଉଲ୍ଲି ଅଃନ୍ନେମ୍ମେଲବେନ୍, କେନ୍ ଆ ବର୍ନେ ଆମ୍ୱେଞ୍ଜି ଓଓ ଏଗାମ୍ତେ, ବନ୍ଡ ଞେନ୍ କଣ୍ତାୟ୍ଡାଲେ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଞମ୍ଲବେନ୍ ।
17 ১৭ তেনেদৰে আপোনালোকৰ ওচৰলৈ যি সকলক পঠালোঁ, তেখেত সকলৰ কোনো এজনৰ দ্বাৰা মই আপোনালোকক ফুচুলাইছিলো নে?
ଞେନ୍ ଆନାଜିଆଡଙ୍ ଅମଙ୍ବେନ୍ ଆପ୍ପାୟ୍ଲାଜି, ଆନିଞ୍ଜିଲୋଙ୍ ଆନ୍ନିଙ୍ ଅବୟ୍ନେ ଅମ୍ମେଲେ ଅମଙ୍ବେନ୍ ସିଲଡ୍ ଞେନ୍ ଇନ୍ନିଙ୍ ବେଡ୍ଲବେନ୍ ପଙ୍?
18 ১৮ আপোনালোকৰ ওচৰলৈ যাবলৈ তীতক উৎসাহিত কৰি, তেওঁৰ লগত সেই ভাইকো পঠিয়াইছিলো। তাতে তীতে আপোনালোকক ফুচুলাইছিল নে? আমি দুয়ো একে বাটেৰে চলা নাই জানো? আমি একে খোজ লোৱা নাই নে?
ଅମଙ୍ବେନ୍ ଅନିୟନ୍ ଆସନ୍ ଞେନ୍ ତିତସନ୍ଆଡଙ୍ ବର୍ରାୟ୍, ଆରି ଆନିନ୍ ସରିନ୍ ତି ଆ ବୋଞାଙ୍ଆଡଙ୍ ଆପ୍ପାୟ୍ଲାୟ୍, ତିତସନ୍ ଅମଙ୍ବେନ୍ ସିଲଡ୍ ଇନ୍ନିଙ୍ ଞାଙେନ୍ ପଙ୍? ଇନ୍ଲେନ୍ ଇନି ଆବୟନ୍ ଆ ପୁରାଡ଼ାନ୍ ଅନ୍ତମ୍ ଏଃଞଣ୍ଡ୍ରମ୍ନାୟ୍ ପଙ୍? ଆରି ଇନ୍ଲେନ୍ ଇନି ଆବୟନ୍ ତଙର୍ଗଡ୍ ଏଃତ୍ତଙିୟ୍ଲନାୟ୍ ପଙ୍?
19 ১৯ আপোনালোকে ইমান সময়ে, আমি নিজকে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছে নে? আমি ঈশ্বৰৰ দৃষ্টিত থাকি খ্ৰীষ্টত কৈ আছোঁ; আৰু হে প্ৰিয় সকল, আপোনালোক ধৰ্মত বৃদ্ধি হ’বলৈহে এইবোৰ কথা কৈছোঁ।
ନମିନ୍ତାନ୍ ଇନ୍ଲେନ୍ ବର୍ନେଲେଞ୍ଜି ତୁମ୍ ଅମଙ୍ବେନ୍ ଏବର୍ତନାୟ୍ ଗାମ୍ଲେ ଆମ୍ୱେଞ୍ଜି ଏବ୍ଡିସୟ୍ତେ ଡେତେ, ଇସ୍ୱରନ୍ ଆ ମୁକ୍କାଲୋଙ୍ କ୍ରିସ୍ଟନ୍ ଆ କାବ୍ବାଡ଼ାମର୍ ଅନ୍ତମ୍ ଇନ୍ଲେନ୍ ବର୍ନେନ୍ ଏବର୍ତନାୟ୍, ବନ୍ଡ ଏ ଡନୁଙ୍ୟମ୍ କୁଲମ୍ଞେଞ୍ଜି, ଅଡ଼୍କୋନ୍ ଆ ବର୍ନେଜି ମନରଙ୍ବେନ୍ ଆସନ୍ ଇନ୍ଲେନ୍ ଏବର୍ତନାୟ୍ ।
20 ২০ কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ଅସମୟ୍ ଞେନ୍ ଇୟ୍ଲାୟ୍ ଡେନ୍, ଞେନ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଏଙ୍ଗାଲେ ଗିୟ୍ଗିଜନ୍ ସାୟ୍ତାୟ୍, ତିଅନ୍ତମ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଅଃନ୍ନାୟ୍ଗିୟ୍ବେନ୍, ଆରି, ଆମ୍ୱେଞ୍ଜି ଞେନ୍ଆଡଙ୍ ଏଙ୍ଗାଲେ ଗିୟ୍ଗିଜନ୍ ଏସାୟ୍ତେ, ତିଅନ୍ତମ୍ ଞେନ୍ଆଡଙ୍ ଏଗିୟ୍ତିଁୟ୍, ତିଆସନ୍ ଞେନ୍ ବତଙ୍ତିଁୟ୍; ଅସମୟ୍ ଞେନ୍ ତେତ୍ତେ ଅଲ୍ବାଡ୍ଡେନ୍, ଇସ୍କତ୍ତାନ୍, ବନ୍ଡ୍ରାବନ୍, ଅନବ୍ଡୋସାନ୍, ନିଣ୍ଡୟ୍ବରନ୍, ଅଜନାବରନ୍, କଙ୍କ୍ରିନ୍ ଡ ଗୋଡ଼େନ୍ ଇୟ୍ତାୟ୍ ଗିୟ୍ନାୟ୍ ।
21 ২১ তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷
ଞେନ୍ ଅମଙ୍ବେନ୍ ଆରି ଇୟ୍ଲାୟ୍ ଡେନ୍, ଇସ୍ୱରଞେନ୍ ଆମ୍ୱେଞ୍ଜି ଆସନ୍ ଞେନ୍ଆଡଙ୍ ଆରି ଅବ୍ସନିନ୍ତାଡାତିଁୟ୍, ଆନାଜି ଆମ୍ମୁଙ୍ ଇର୍ସେନ୍ ଲୁମେଞ୍ଜି, ଆରି ରମ୍ମଙ୍ ଏର୍ମଡ଼ିର୍ ଲନୁମନ୍, ଜୋଣ୍ଡଡ଼ାନ୍ ଡ ମନଙ୍ତଡନ୍ ଆନିଃୟମ୍ଜି ସିଲଡ୍ ଅଃନ୍ନାବ୍ୟର୍ବୁଡ୍ଡିଲଞ୍ଜି, କେନ୍ ଅନ୍ତମ୍ ଗୋଗୋୟ୍ ମନ୍ରାଞ୍ଜି ଆସନ୍ ଞେନ୍ ୟେୟେଡାତନାୟ୍ ।