< ১ বংশাবলি 1 >

1 আদম, চেথ, ইনোচ,
אדם שת אנוש׃
2 কৈনন, মহললেল, যেৰদ,
קינן מהללאל ירד׃
3 হনোক, মথুচেলহ, লেমক,
חנוך מתושלח למך׃
4 নোহ, চেম, হাম, আৰু যেফৎ।
נח שם חם ויפת׃
5 যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক, আৰু তীৰচ।
בני יפת גמר ומגוג ומדי ויון ותבל ומשך ותירס׃
6 গোমৰ পুত্ৰ অস্কিনজ, দীফত, আৰু তোগৰ্মা।
ובני גמר אשכנז ודיפת ותוגרמה׃
7 যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম।
ובני יון אלישה ותרשישה כתים ורודנים׃
8 হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান।
בני חם כוש ומצרים פוט וכנען׃
9 কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান।
ובני כוש סבא וחוילה וסבתא ורעמא וסבתכא ובני רעמא שבא ודדן׃
10 ১০ কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।
וכוש ילד את נמרוד הוא החל להיות גבור בארץ׃
11 ১১ লুদীয়া, অনামীয়া, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া,
ומצרים ילד את לודיים ואת ענמים ואת להבים ואת נפתחים׃
12 ১২ পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা পলেষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।
ואת פתרסים ואת כסלחים אשר יצאו משם פלשתים ואת כפתרים׃
13 ১৩ কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ;
וכנען ילד את צידון בכרו ואת חת׃
14 ১৪ তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া,
ואת היבוסי ואת האמרי ואת הגרגשי׃
15 ১৫ হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
ואת החוי ואת הערקי ואת הסיני׃
16 ১৬ অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।
ואת הארודי ואת הצמרי ואת החמתי׃
17 ১৭ চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক।
בני שם עילם ואשור וארפכשד ולוד וארם ועוץ וחול וגתר ומשך׃
18 ১৮ অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এবৰ।
וארפכשד ילד את שלח ושלח ילד את עבר׃
19 ১৯ এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ, কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল।
ולעבר ילד שני בנים שם האחד פלג כי בימיו נפלגה הארץ ושם אחיו יקטן׃
20 ২০ অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
ויקטן ילד את אלמודד ואת שלף ואת חצרמות ואת ירח׃
21 ২১ হদোৰাম, উজল, দিক্লা,
ואת הדורם ואת אוזל ואת דקלה׃
22 ২২ এবল, অবীমায়েল, চিবা,
ואת עיבל ואת אבימאל ואת שבא׃
23 ২৩ ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল।
ואת אופיר ואת חוילה ואת יובב כל אלה בני יקטן׃
24 ২৪ চেম, অৰ্ফকচদ, চেলহ,
שם ארפכשד שלח׃
25 ২৫ এবৰ, পেলগ, ৰিয়ু
עבר פלג רעו׃
26 ২৬ চৰূগ, নাহোৰ, তেৰহ,
שרוג נחור תרח׃
27 ২৭ অব্ৰাম, এই জনেই অব্ৰাহাম আছিল।
אברם הוא אברהם׃
28 ২৮ ইচহাক আৰু ইশ্মায়েল অব্ৰাহামৰ পুত্র আছিল।
בני אברהם יצחק וישמעאל׃
29 ২৯ তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম,
אלה תלדותם בכור ישמעאל נביות וקדר ואדבאל ומבשם׃
30 ৩০ মিস্মা, দুমা, মচ্ছা, হদদ, তেমা,
משמע ודומה משא חדד ותימא׃
31 ৩১ যটূৰ, নাফীচ, কেদ্মা; এই সকল ইশ্মায়েলৰ সন্তান।
יטור נפיש וקדמה אלה הם בני ישמעאל׃
32 ৩২ অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান।
ובני קטורה פילגש אברהם ילדה את זמרן ויקשן ומדן ומדין וישבק ושוח ובני יקשן שבא ודדן׃
33 ৩৩ মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ।
ובני מדין עיפה ועפר וחנוך ואבידע ואלדעה כל אלה בני קטורה׃
34 ৩৪ অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল।
ויולד אברהם את יצחק בני יצחק עשו וישראל׃
35 ৩৫ ইলীফজ, ৰূৱেল, যিয়ুচ, যালম, আৰু কোৰহ এচৌৰ সন্তান আছিল।
בני עשו אליפז רעואל ויעוש ויעלם וקרח׃
36 ৩৬ তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল।
בני אליפז תימן ואומר צפי וגעתם קנז ותמנע ועמלק׃
37 ৩৭ ৰূৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা।
בני רעואל נחת זרח שמה ומזה׃
38 ৩৮ চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন।
ובני שעיר לוטן ושובל וצבעון וענה ודישן ואצר ודישן׃
39 ৩৯ লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না।
ובני לוטן חרי והומם ואחות לוטן תמנע׃
40 ৪০ চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়োনৰ সন্তান অয়া আৰু অনা।
בני שובל עלין ומנחת ועיבל שפי ואונם ובני צבעון איה וענה׃
41 ৪১ অনাৰ পুত্ৰ দীচন। দীচনৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰন, আৰু কৰান।
בני ענה דישון ובני דישון חמרן ואשבן ויתרן וכרן׃
42 ৪২ এচৰৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ উচ, আৰু অৰান।
בני אצר בלהן וזעון יעקן בני דישון עוץ וארן׃
43 ৪৩ ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল।
ואלה המלכים אשר מלכו בארץ אדום לפני מלך מלך לבני ישראל בלע בן בעור ושם עירו דנהבה׃
44 ৪৪ বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল।
וימת בלע וימלך תחתיו יובב בן זרח מבצרה׃
45 ৪৫ যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হূচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল।
וימת יובב וימלך תחתיו חושם מארץ התימני׃
46 ৪৬ আৰু হূচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
וימת חושם וימלך תחתיו הדד בן בדד המכה את מדין בשדה מואב ושם עירו עיות׃
47 ৪৭ আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
וימת הדד וימלך תחתיו שמלה ממשרקה׃
48 ৪৮ চম্নাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
וימת שמלה וימלך תחתיו שאול מרחבות הנהר׃
49 ৪৯ চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
וימת שאול וימלך תחתיו בעל חנן בן עכבור׃
50 ৫০ যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল।
וימת בעל חנן וימלך תחתיו הדד ושם עירו פעי ושם אשתו מהיטבאל בת מטרד בת מי זהב׃
51 ৫১ হদদ মৃত্যু হ’ল। ইদোমৰ ফৈদৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ,
וימת הדד ויהיו אלופי אדום אלוף תמנע אלוף עליה אלוף יתת׃
52 ৫২ অহলীবামা, এলা, পীনোন,
אלוף אהליבמה אלוף אלה אלוף פינן׃
53 ৫৩ কনজ, তৈমন, মিবচৰ,
אלוף קנז אלוף תימן אלוף מבצר׃
54 ৫৪ মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।
אלוף מגדיאל אלוף עירם אלה אלופי אדום׃

< ১ বংশাবলি 1 >