< ১ বংশাবলি 8 >

1 বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,
А Вениамин роди първородния си Вела, втория Асвил, третия Аара,
2 নোহা, আৰু ৰাফা।
четвъртия Ноя и петия Рафа,
3 বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,
А Велови синове бяха: Адар, Гира, Авиуд,
4 অবীচূৱা, নামন, অহোহ,
Ависуй, Неемана, Ахоа,
5 গেৰা, চফুফন, আৰু হূৰম।
Гира, Сефуфан и Урам.
6 এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:
И ето Аодовите синове, които бяха началници на бащините домове на ония, които жевееха в Гава, а бидоха заведени в Манахат;
7 নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
с Нееман, Ахия и Гира който ги заведе, и роди Аза и Ахиуда.
8 চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।
А Саараим роди синове в моавската земя след като напусна жените си Усима и Ваара:
9 তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।
от жена си Одеса роди Иоавава, Савия, Миса, Малхама,
10 ১০ যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।
Еуса, Сахия и Мирма; тия бяха синовете му, началници на бащини домове.
11 ১১ ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
А от Усима беше родил Авитова и Елфаала.
12 ১২ ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,
А Елфаалови синове бяха: Евер Мисаам, Самер, (който съгради Оно, Лод и селата му),
13 ১৩ তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
и Верия и Сема
14 ১৪ এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,
А Ахио, Сасак, Еримот,
15 ১৫ জবদিয়া অৰদ, এদৰ,
Зевадия, Арад, Адер,
16 ১৬ মীখায়েল, যিস্পা, আৰু যোহা,
Михаил, Есна и Иоах бяха Вериеви синове;
17 ১৭ এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,
и Зевадия, Масулам, Езекий, Хевер,
18 ১৮
Есмерай, Езлия и Иовав бяха Елфаалови синове;
19 ১৯ এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।
Яким, Зехрий, Завдий,
20 ২০
Елиинай, Силатай, Елиил,
21 ২১
Адаия, Вераия и Симрат бяха Симееви синове;
22 ২২ এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,
а Есфан, Евер, Елиил,
23 ২৩
Авдон, Зехрий, Анан,
24 ২৪
Анания, Елам, Анатотия,
25 ২৫
Ефадия и Фануил бяха Сасакови синове:
26 ২৬ এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
а Самсерай, Сеария, Готолия,
27 ২৭
Яресия, Илия и Зехрий бяха Ероамови синове,
28 ২৮ এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
те бяха началници на бащини домове, началници според семействата им; те се заселиха в Ерусалим.
29 ২৯ গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।
Е в Гаваон се засели Гаваоновият баща Еил, името на чиято жена бе Мааха;
30 ৩০ তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,
а първородният му син бе Авдон, сетне Сур, Кис, Ваал, Надав,
31 ৩১ গদোৰ, অহিয়ো, আৰু জেখৰ।
Гедор, Ахио, Захер
32 ৩২ আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।
и Макелот, който роди Сама
33 ৩৩ নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
А Нир роди Киса; Кис роди Саула; а Саул роди Ионатана, Мелхисуе, Авинадава и Ес-ваала.
34 ৩৪ যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
А Ионатановият син бе Мерив-ваал
35 ৩৫ মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
А Михееви синове бяха Фитон, Мелех, Тарея и Ахаз.
36 ৩৬ আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।
А Ахаз роди Иоада, Иоада роди Алемета, Азмавета и Зимрия; а Зимрия роди Моса;
37 ৩৭ মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
Моса роди Винея; негов син бе Рафа; негов син, Елеаса; негов син, Асиил.
38 ৩৮ আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।
А Асиил имаше шест сина, чиито имена са тия: Азрикам, Вохеру, Исмаил, Сеария, Авдия и Анан; всички тия бяха Асиилови синове.
39 ৩৯ আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।
А синовете на брата му Исек бяха: първородният му Улам, вторият Еус и третият Елифалет.
40 ৪০ উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।
А Уламовите синове бяха силни и храбри мъже, които стреляха с лък, и имаха много синове и внуци, сто и петдесет души. Всички тия бяха от Вениаминовите потомци.

< ১ বংশাবলি 8 >