< مزامیر 117 >

ای جمیع امتها خداوند را تسبیح بخوانید! ای تمامی قبایل! او راحمد گویید! ۱ 1
হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা; হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা।
زیرا که رحمت او بر ما عظیم است و راستی خداوند تا ابدالاباد. هللویاه! ۲ 2
কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম, যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< مزامیر 117 >